Breaking

হাৰিয়ানাৰ জিন্দত বাছ-ক্ৰুইজাৰৰ ভয়ংকৰ সংঘৰ্ষ…

0 45

হাৰিয়ানাৰ জিন্দত বাছ-ক্ৰুইজাৰৰ ভয়ংকৰ সংঘৰ্ষ।

দুৰ্ঘটনাত ৮জনৰ মৃত্যু, আহত হৈছে ১২জন যাত্ৰী।

আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত। জিন্দৰ বিবিপুৰ গাঁৱত সংঘটিত হয় দুৰ্ঘটনাটো।

Leave A Reply