Breaking

দেৰগাঁৱৰ ৰাজপথত পিষ্টল দেখুৱাই বাছ চালকক মৃত্যুৰ ভাবুকি…

0 44

দেৰগাঁৱৰ ৰাজপথত পিষ্টলধাৰী যুৱকৰ সন্ত্ৰাস। পিষ্টল দেখুৱাই বাছ চালকক মৃত্যুৰ ভাবুকি।

নাহৰণিৰ খাটগাঁৱত সংঘটিত হৈছে এই ঘটনা। পুলিন দাস নামৰ লোকজনক মৃত্যুৰ ভাবুকি অনুপম দত্তৰ।

অনুপম দত্তৰ বাহনত সামান্য ঘঁহনি খোৱাৰ বাবেই বাছ চালকক মৃত্যুৰ ভাবুকি। দেৰগাঁৱৰ অনুশ্ৰী ইণ্ডাষ্ট্ৰীজৰ স্বত্বাধিকাৰী অনুপম দত্ত।

Leave A Reply