Breaking

ঢেকীয়াজুলিত শিশুৰ ওপৰত নিৰ্যাতন চলোৱা ব্যৱসায়ী দাদুল শৰ্মাক গ্ৰেপ্তাৰ…

0 63

ঢেকীয়াজুলিত শিশুৰ ওপৰত নিৰ্যাতন চলোৱা ব্যৱসায়ী দাদুল শৰ্মাক গ্ৰেপ্তাৰ৷ মোবাইল চুৰিৰ সন্দেহত দুটি শিশুক প্ৰহাৰ কৰিছিল অভিযুক্ত দাদুলে৷ ঢেকীয়াজুলিৰ বিকানীৰ হোটেলৰ সন্মুখত সংঘটিত হৈছিল এই ঘটনা৷ অৱশেষত DGPৰ তাৎক্ষণিক নিৰ্দেশৰ পাছতে অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ৷

যি সময়ত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে শিশু সুৰক্ষাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিছেঃবিভিন্ন বেচৰকাৰী সংস্থা সংগঠনে শিশু সুৰক্ষাৰ বাবে কাম কৰি আহিছে তেনে সময়তে ঢেকীয়াজুলিত দুটিকৈ শিশুক আজি নিৰ্মম প্ৰসাৰ এজন ব্যৱসায়ীয়ে

উল্লেখ্য যে ঢেকীয়াজুলি নগৰৰ মাজমজিয়াত থকা হোটেল বিকেনাৰৰ সন্মুখত মোবাইল ফোন চুৰি কৰাৰ অভিযোগ তোলি ব্যৱসায়ী জনে শিশু দুটিক গুৰুলাগুৰুলকৈ প্ৰসাৰ কৰে

Leave A Reply