Breaking

কেবিনেটে আত্মনিৰ্ভৰ ভাৰত ৰোজগাৰ আঁচনিৰ বাবে ২২,৮১০ কোটি টকা অনুমোদন জনাইছে

0 1,378

কেন্দ্ৰীয় কেবিনেটে বুধবাৰে নতুন নিযুক্তিৰ আঁচনিৰ বাবে ২২,৮১০ কোটি টকা অনুমোদন কৰে । যাৰ উদ্দেশ্য হৈছে ব্যৱসায়বোৰক নতুনকৈ নিয়োগ কৰিবলৈ উদগনি দিয়া।

“আত্মনিৰ্ভৰ ভাৰত ৰোজগাৰ আঁচনিৰ অধীনত চৰকাৰে দুবছৰৰ বাবে ব্যৱসায় আৰু নতুন নিয়োগৰ অৱদান প্ৰদান কৰিব” : শ্ৰম মন্ত্ৰীয়ে কয়।

আঁচনিখন ২০২৩ চনলৈকে ২২,৮১০ কোটি টকাৰ ব্যয় হ’ব আৰু ই প্ৰায় 58.5 লাখ কৰ্মচাৰীক লাভান্বিত কৰিব।

Leave A Reply