Breaking

অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ তীব্ৰ অভিযান…

0 26

অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ তীব্ৰ অভিযান।

অসম-মিজোৰাম সীমান্তৰ ঘন জংঘলৰ পৰা জব্দ প্ৰায় ২০ হাজাৰ কেজি অবৈধ বাৰ্মিজ চুপাৰি।

৫০০টা বস্তাত লুকুৱাই থোৱা হৈছিল চুপাৰিখিনি।

Leave A Reply