Breaking

নগাঁৱৰ কঠিয়াতলীত গাড়ী চোৰ আটক ! এখন স্কুটী সহ দুজন চোৰক গ্ৰেপ্তাৰ…

0 50

নগাঁৱৰ কঠিয়াতলীত গাড়ী চোৰ আটক ৷ কঠিয়াতলী আৰক্ষীৰ দৈনিক তালাচীত ধৰা পৰে দুটা গাড়ী চোৰ ৷

Man on the chair in Handcuffs. Rear view and Closeup ,Men criminal in handcuffs arrested for crimes. With hands in back,boy prison shackle in the jail violence concept.

এখন স্কুটী সহ দুটা চোৰক গ্ৰেপ্তাৰ ৷ ধৃত চোৰ দুটা চামগুৰিৰ প্ৰবিত্ৰ দাস আৰু আমনিৰ ৰমেশ দাস ৷

চুৰি স্কুটী খনৰ নম্বৰ AS02AH 9805 ধৃত চোৰ দুটা বৰ্তমান জেল হাজোতলৈ প্ৰেৰণ আৰক্ষীৰ ৷

Leave A Reply