Breaking

Browsing Category

সম্পাদকীয়

মুস্কান – ৰং অথবা হাঁহিৰ বৰণ

✍ ৰাজীৱ কমল শইকীয়া মুস্কান এটা মিঠা শব্দ। মূল উৰ্দু। হিন্দী ভাষাৰে আহি আমাৰ স্পন্দনত বিয়পি কলিজাৰ আপোন হৈ পৰা সুমিষ্টতাৰে ভৰপূৰ, লৱণু কোমল এই শব্দৰ আমাৰ মাতৃভাষাত অৰ্থ হৈছে- মিচিকণি অৰ্থাৎ হাঁহি। হাঁহিৰ বিভিন্ন-
Read More...

চাইকেল, এক পুৰণি সুবাস

ৰশ্মিৰেখা ভট্টাচাৰ্য এসময়ত চাইকেলে যাতায়তৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। নতুন ৰেলী চাইকেল এখন চোতালত থিয় কৰিব পৰাটো  আছিল  অভিজাত্যৰ চানেকি। ডাকোৱালৰ চাইকেলৰ টিলিঙাৰ মাতে কঢ়িয়াই  আনিছিল ক'তজনলৈ আশাৰ ৰেঙনি, হেঁপাহৰ
Read More...

সুখৰ সজ্ঞা বিচাৰি…

জ্যোতি গগৈ সুখৰ সংজ্ঞা কি নাজানো…. অথবা কিমান পালেনো মানুহ সুখী হয় সেয়াও নাজানো। অনুভৱ কৰো, সুখ-দুখৰ সমষ্টিয়েই জীৱন। কেতিয়াবা যদি পোৱাৰ আনন্দত উল্লাসিত হৈছোঁ কেতিয়াবা আকৌ হেৰুৱাৰ বেদনাত মৰ্মাহতো হৈছোঁ। জীৱন
Read More...

কেতিয়া ৰজাঘৰীয়া সকলে মন কৰিব ?

✍ চন্দন কুমাৰ নাথ প্রতিবছৰে অসমৰ বানপানীয়ে লাখ লাখ লোকৰ সুখৰ সংসাৰ ভাঙি পেলোৱাৰ লগতে শ শ লোক মৃত্যুৰ মুখত পৰে। এইবাৰৰ পৰিস্থিতি অইন বছৰতকৈ দুগুণ ভয়ানক কিয়নো অসমৰ জ্বলন্ত সমস্যা বানপানীৰ লগতে ক'ভিড-১৯ মহামাৰীয়েও ৰাজ্যত এক ভয়াৱহ ৰূপ
Read More...

বেলুনৰ ভিতৰৰ বায়ু …

◆ ৰাজীৱ কমল শইকীয়া আমাৰ নিশাহে কেৱল উদ্ভিদকে উশাহ নিদিয়ে। ই ৰং-বিৰংগী বেলুনবোৰকো নুফুটালৈকে জীৱন দিয়ে। জড়ৰ জীৱন। এৰা। ওপৰে-ওপৰে চালে-হাঁহি উঠা কথা। ভালকৈ ভাবিলে হয়তো হাঁহি নুঠিব। অনুপ্ৰাণমূলক কথাও দেখা যাব। যদিও বেলুন
Read More...

যুৱ শক্তিয়ে ৰাজনীতি কৰক (ৰাজনীতিত নতুন মুখৰ আৱিৰ্ভাৱ হওঁক)

✍ প্ৰাঞ্জল প্ৰতীম ডেকা সময়ে-সময়ে চৰ্চিত হয় এটা প্ৰশ্ন-"যুৱশক্তিয়ে ৰাজনীতি কৰা উচিত নে অনুচিত?" উত্তৰত একাংশই ক'ব খোজে-যুৱচামে ৰাজনীতি কৰা অনুচিত, ৰাজনীতি শিকাহে উচিত। কিন্তু, সেই একেখিনি যুৱ-ছাত্ৰক আন্দোলন কৰা অনুচিত বুলি কোনেও
Read More...

প্ৰিয় চহৰ খন হঠাৎ অপ্ৰিয় হৈ পৰিল- “গুৱাহাটী”

সকলোৰে যেন প্ৰিয় চহৰ খন আজি হঠাৎ অপ্ৰিয় হৈ পৰিল।  কাৰণ এটাই- কৰণাৰ আতংক। গুৱাহাটী ত বৃদ্ধি পোৱা কভিড ১৯ পজিতিভ ৰোগী ৰ বাবে এতিয়া যেন সকলোৱে আপোন চহৰ খনৰ পৰা আঁতৰি থাকিব বিচাৰিছে। কোনোবা যদি গাঁৱৰ ঘৰৰ গুচি আহিছে,কোনোবাই আন ঠাইলৈ ৰাওনা
Read More...

ৰোগতকৈ ভোকহে হ’বগৈ চ’ৰা।

✍ অংশুমান ভূঞা বিগত বৰ্ষৰ শেষৰ পিনে চীনদেশত উদ্ভৱ হোৱা কালান্তক কৰ'নাৰ সংহাৰী ৰূপৰ ফলত আজি বিশ্ববাসী থৰহৰি কম্পমান।দিন অতিক্ৰম যিমানেই কৰিছে ইয়ো যেন সিমানেই খুঁ‌টি পুতি বহিছেহি।ফলত এই অচিন শত্ৰুৱেই আজি সমগ্ৰ বিশ্বৰ বাবেই ২০২০চনটো এক
Read More...

মৃত্যুৰ ধাৰা বিৱৰণী আৰু আমি মূঢ়মতি।

✍ ৰাজীৱ কমল শইকীয়া আজি প্ৰায় চাৰিমাহ আমি কেৱল মৃত্যুৰ ধাৰাভাষ্য শুনি আছোঁ। উপায়ো নাই। অনুজীৱৰ ত্ৰাসত নিৰূপায় মানৱ কুল। দেশ-বিদেশৰ চিকিৎসা বিজ্ঞানী ব্যস্ত গৱেষণাগাৰত, যিমান পাৰি সোনকালে ৰোগটো নিৰ্মূল কৰি দিব পৰা ভেকচিন উদ্ভাৱনৰ, গৱেষণাত।
Read More...

জনস্বাৰ্থ বিৰোধী সিদ্ধান্ত ।

✍ অংশুমান ভূঞা অসম কেবিনেটৰ ঘোষণা অনুসৰি এতিয়াৰে পৰা চৰকাৰৰ আগতীয়া অনুমতি নোলোৱাকৈয়ে যিকোনো লোকেই অসমৰ কৃষি ভূমিত উদ্যোগ স্থাপন কৰিব পাৰিব। অৰ্থাৎ পূৰ্বতে প্ৰয়োজন হোৱাৰ দৰে এতিয়া আৰু সংশ্লিষ্ট কোনো বিভাগৰে একো অনুমতিৰ দৰকাৰ নহ'ব। কেৱল
Read More...