Breaking

Browsing Category

সম্পাদকীয়

ছহিদ নগৰী ঢেকিয়াজুলিৰ ১৯৪২ৰ ছহিদ,ওদালগুৰি জিলাৰ মজবাটৰ দয়াল দাস পাণিকাৰ বংশ পৰিয়ালে আজিও নাপালে…

১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত ঢেকিয়াজুলি থানাত বৃটিছৰ পতাকা নমাই ভাৰতীয় পতাকা উত্তোলন কৰিব গৈ বৃটিছৰ গুলী বুকু পাতিলৈ ছহিদ হৈছিল ১৩ গৰাকীকৈ লোক ৷এই তেৰ গৰাকী ছহিদৰে এগৰাকী অন্যতম ছহিদ হ’ল ওদালগুৰি জিলাৰ মাজবাটৰ দয়াল দাস পাণিকা ৷এই ছহিদ
Read More...

ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

◆ অহা ২০ ছেপ্টেম্বৰৰ পৰা দশম শ্রেণীৰ পাঠদান আৰম্ভ হ’ব।প্রতিটো শ্রেণীকোঠাত ৩০জন ছাত্ৰ-ছাত্ৰীক লৈ পাঠদান কৰোৱা হ'ব৷◆স্কুল খোলাৰ আগতে ছেনিটাইজ কৰিব লাগিব।পৰ্যায়ক্রমে আনবোৰ শ্ৰেণীৰ পাঠদানো আৰম্ভ কৰা হ’ব।◆কৰম পূজাৰ বাবে চৰকাৰী বন্ধ
Read More...

ঐতিহাসিক শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত গুৰুজনাৰ তিৰোভাৱ তিথি পালন

আজি শ্ৰী মন্ত শংকৰ দেৱৰ ৪৫৩ সংখ্যক তিৰোভাৱ তিথি। উজনি অসমৰ অন্যতম পীঠস্থান শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত ক'ৰনা সংক্ৰমণ ৰোধৰ নীতি নিৰ্দেশনা মানি গুৰুজনাক সেৱা জনাবলৈ ভিৰ কৰিলে অজস্ৰ  ধৰ্মপ্ৰাণ ৰাইজে।  উল্লেখযোগ্য যে মুখত ক'ভিড পৰিস্থিতিৰ বাবে
Read More...

আজি শিক্ষক দিৱস

গুৰু ব্ৰহ্মা , গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰ ।গুৰু সাক্ষাৎ পৰমব্ৰহ্ম তস্মৈশ্ৰী গুৰুৱে নম:।।আজি ৫ চেপ্তেম্বৰ শিক্ষক দিৱস। স্বাধীন ভাৰতৰ উপৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিন উপলক্ষে তেওঁক স্মৰণ কৰি এই পবিত্ৰ শিক্ষক দিৱস পালন কৰা
Read More...

বিধান সভাৰ পৰা লালকিল্লালৈ ঐতিহাসিক সুৰংগ

"যেতিয়া মই ১৯৯৩ চনত বিধায়ক হৈছিলোঁ, ইয়াত থকা এটা সুৰংগৰ বিষয়ে শুনা গৈছিল যিটো লাল কিল্লালৈকে যায় আৰু মই ইয়াৰ ইতিহাস বিচাৰিবলৈ চেষ্টা কৰিছিলো। কিন্তু এই বিষয়ে কোনো স্পষ্টতা নাছিল," বিধানসভাৰ অধ্যক্ষ ৰাম নিৱাস গোৱেলে কয়। বৃহস্পতিবাৰে
Read More...

এইবাৰ নতুন কৌশলেৰে কংগ্ৰেছৰ পুনৰুত্থান যাত্ৰা : নেতৃত্ব দিবলৈ সাজু দেশৰ ৰাজনীতিৰ ‘মিৰাকল মেন’…

⚫এইবাৰ নতুন কৌশলেৰে কংগ্ৰেছৰ পুনৰুত্থান যাত্ৰা ⚫নেতৃত্ব দিবলৈ সাজু দেশৰ ৰাজনীতিৰ ‘মিৰাকল মেন’ প্ৰশান্ত কিশোৰ ⭕নতুন পৰিকল্পনা আৰু কৌশলেৰে আৰম্ভ হ’ব কংগ্ৰেছৰ পুনৰুত্থান যাত্ৰা।⭕শীঘ্ৰেই কংগ্ৰেছৰ হাতত ধৰিব দেশৰ ৰাজনীতিৰ ‘মিৰাকল মেন’
Read More...

চতিয়াত নাগশংকৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ক্ৰীড়া ষ্টেডিয়াম উদ্ধোধন

চতিয়া বিধানসভা সমষ্টিৰ অন্তর্গত নাগশংকৰত আজি এখন ক্রীড়া ষ্টেডিয়ামৰ শুভ উদ্বোধন কৰে মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে সতীৰ্থ মন্ত্ৰী শ্রীপীযুষ হাজৰিকা, সাংসদ শ্রীপল্লৱ লোচন দাস বিধায়ক ক্ৰমে শ্রীপদ্ম
Read More...

অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু

অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু | ৪০ বছৰৰ বয়সত মৃত্যু সৰুপৰ্দাৰ অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ | হ্ৰদয়ৰোগত আক্ৰান্ত হৈ মুম্বাইত মৃত্যু ঘটে অভিনেতা গৰাকীৰ | বিগ বছ ১৩ ৰ বিজয়ী আছিল অভিনেতা গৰাকীৰ| TV ৰ লগতে বহুতো হিন্দী চিনেমাতো অভিনয় কৰি দৰ্শকৰ
Read More...

নন্দিতা শইকীয়াৰ আত্মাৰ সৎগতিৰ অৰ্থে ” দূৰ্নীতি বিৰোধী যুৱ শক্তি , অসম ” ৰ মৌন পোহৰ সমদল

 ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়া ধেমাজি চহৰত এক দুৰ্ভাগ্যজনক পৰিস্থিতিত ৰিণ্টু শৰ্মা নামৰ এজন উন্মাদ যুৱকৰ আক্ৰমণৰ বলি হৈ পিছত চিকিৎসালয়ত কৰুণ মৃত্যুক সাৱটি লোৱা ঘটনাই সমগ্ৰ অসমত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি
Read More...

শ্ৰীল ভক্তি বেদান্ত স্বামী প্ৰভূপদৰ ১২৫ তম্ জন্ম জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব…

বুধবাৰে বিয়লি ৪ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীল ভক্তি বেদান্ত স্বামী প্ৰভূপদৰ ১২৫ তম্ জন্ম জয়ন্তী উপলক্ষে ১২৬ টকাৰ এক বিশেষ স্মাৰক মুদ্ৰা মুকলি কৰিব। প্ৰধানমন্ত্ৰী কাৰ্য্যালয়ৰ এক বিবৃতিত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী মোদীয়ে
Read More...