Breaking

Browsing Category

সম্পাদকীয়

অনলাইন শিক্ষা ব্যৱস্থা আৰু ইয়াৰ পৰিণতি ।

✍ পম্পী ৰাভা সম্প্ৰতি বিশ্বত ক'ৰণাৰ ভয়ানক সন্ত্ৰাস চলি আছে। বিশ্বত বৰ্তমান বহুতো ৰাষ্ট্ৰত তলাবন্ধ চলি আছে। তাৰ লগে লগে আমাৰ দেশতো  ক'ৰণা আক্ৰান্তৰ সংখ্যা যথেষ্ট হাৰত বৃদ্ধি পাইছে। এই মাৰাত্মক ভাইৰাছৰ পৰা সংক্ৰমিত ৰোধৰ বাবে বিশ্বৰ
Read More...

বাঘজানৰ বিভীষিকা ।

✍ গীতালী ভাগৱতী ২০২০ এটা এনেকুৱা বিভিষিকাময় চন। যিটো চনৰ বিষয়ে অতীতত স্মৰণ কৰিলেও গাৰ শিহৰণি উঠিব। যিফালেই চাওঁ সিফালে ধ্বংসৰ জুই জ্বলিছে। এফালে যদি নভেল কৰোণা আনফালে বানপানী, এফালে যদি জীৱ জন্তুৰ হত্যা আনফালে সৰ্বনাশী জুই, বনধ্বংশ
Read More...

কাৰ সাহসৰ বলত বলিয়ান বিতৰ্কিত লেখক সত্যৰঞ্জন বৰা ? ইছলাম আৰু মুছলমানৰ বিৰুদ্ধে কবলৈ কোনে দিলে ঠিকা ?…

নগাঁও : " অসমত ভিতৰত বৰ্তমানৰ আটাইতকৈ কলংকৃত আৰু অভদ্ৰ লোকজন হ'ল ইছলাম ধৰ্মৰ ওপৰত লিখা বহু বিতৰ্কিত লিখক সত্যৰঞ্জন বৰা। তেওঁক আজি লৈকে গ্ৰেপ্তাৰ নকৰাটো এক অসম তথা অসমীয়াৰ বাবে দুৰ্ভাগ্যজনক বিষয় হিচাপে বিবেচিত হৈছে। "- এই মন্তব্য আৰ টি আই
Read More...

খণ্ড-৪ : নতুনৰ চিন্তাৰে এক যাত্ৰা ।

প্ৰাসংগিক ভাৱে অপ্ৰাসংগিক আশাহত আমবাৰী: আহ্বান-আত্মবিশ্লেষণ ✍ মনজিৎ কুমাৰ শৰ্মা নব্বৈৰ দশকত অসমৰ সামাজিক ৰাজনৈতিক ক্ষেত্ৰখন বৰ অস্থিৰ হৈ পৰিছিল। এফালে ৮৫ৰ পিছৰে পৰাই ক্ৰমাৎ শক্তিশালী হৈ উঠা বিছিন্নতাবাদ, সন্ত্ৰাসবাদে ভয় ভীতিৰ
Read More...

আধুনিক যুগৰ অসমীয়া ভাষাৰ এগৰাকী অন্যতম লেখক আনন্দৰাম ঢেকিয়াল ফুকনৰ বিষয়ে কিছু কথা ।

✍ ডাঃ শান্তনু লহকৰ জন্ম আৰু শিক্ষাজীৱন :- ১৮২৯ চনৰ ২৪ ছেপ্টেম্বৰ (১৭৫১ শকৰ ৭ আহিন)ত গুৱাহাটীৰ এটা সম্ভ্ৰান্ত পৰিয়ালত আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্ম হৈছিল। পিতৃ হলিৰাম ঢেকিয়াল ফুকন প্ৰথমে আহোম ৰজাৰ বিষয়া আছিল। ব্ৰিটিছ ৰাজৰ দিনত
Read More...

ভাৰতত নিতৌ ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি: আক্ৰান্তৰ সংখ্যা ৩.৩২ লাখ অতিক্ৰম ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন : ভাৰতত নিতৌ ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে৷ সোমবাৰে প্ৰকাশ কৰা তথ্য মতে দেশখনত যোৱা ২৪ ঘণ্টাত ১১,০০০তকৈ অধিক লোক আক্ৰান্ত হয়৷ ফলত দেশখনত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৩.৩২ লাখ অতিক্ৰম কৰিলে৷ আনহাতে
Read More...

ডাক্তৰৰ কথা : ডাক্তৰ শোৱা নাই, অনিঃশেষ কৃতজ্ঞতা ।

 ✍ ৰাজীৱ কমল শইকীয়া অনুজীৱৰ ত্ৰাসৰ এই সময়ছোৱাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী, বেচৰকাৰী হাস্পতালৰ অনেক চিকিৎসক তথা চিকিৎসা কৰ্মীও কৰ'ণাত আক্ৰান্ত হৈছে। বৰ্তমান মানৱ জাতিৰ মূল ৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ এই লোকসকলৰ মাজৰ বহু গৰাকীয়ে সমৰ্পণৰ
Read More...

খণ্ড-৩ : স্বচ্ছন্দ সাংবাদিকতাৰ প্ৰত্যাহ্বান নেওচি

প্ৰাসংগিক ভাৱে অপ্ৰাসংগিক আশাহত আমবাৰী: আহ্বান-আত্মবিশ্লেষণ ✍ মনজিৎ কুমাৰ শৰ্মা "The only really committed artiste is he who, without refusing to take part in the combat, at least refuses to join the regular armies and remains
Read More...

প্ৰশাসনলৈ অনুৰোধ….

✍ অংশুমান ভূঞা প্ৰকৃতিৰ ওপৰত মানৱৰ অত্যাচাৰে বনৰীয়া জীৱকূলৰ জীৱন-ধাৰণত বিৰূপ প্ৰভাৱ পেলাইছে। ইয়াৰ কুফল এতিয়া স্বয়ং মানুহেই ভোগ কৰিবলগীয়া। বন্য জীৱৰ জনাঞ্চলত প্ৰৱেশ, মানুহৰে সংঘাত দিনক দিনে বৃদ্ধি পাই আহিছে। অসমৰ অৰ্থনৈতিক
Read More...

“লুপ্তপ্ৰায়ী সুপ্ত প্ৰতিভাৰ বৰ্হিঃ প্ৰকাশ আৰু বৰ্তমানৰ শিক্ষাৰ্থীসমাজ, তলাবন্ধৰ প্ৰভাৱ”

✍ সুনীল দাস বৰ্তমানৰ মাৰাত্মক কৰ'ণা ভাইৰাছৰ পৰা নিজকে বচাই ৰাখিবলৈ বিশ্বৰ প্ৰায়বোৰ দেশত তলাবন্ধৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰ প্ৰতি সহাৰি জনাই আমি প্ৰতিজন নাগৰিকে নীতি-নিয়মবোৰ ভালদৰে পালন কৰিব লাগিব। তলা বন্ধৰ বাবে কোনোদিনেই আজৰি নোপোৱা
Read More...