Browsing Category

অৰ্থনীতি

গুৱাহাটীত সুযোগ লৈছে অসাধু ব্যৱসায়ীয়ে। মাছ-মাংসৰ লগতে হুৰা-হুৰে বাঢ়িছে সামগ্ৰীৰ দাম। ব্ৰইলাৰৰ কিলো…

দৈনন্দিন বাৰ্তা প্ৰতিবেদন চাহিদা কম,যোগান সীমাহীন।অৰ্থনীতিৰ সূত্ৰমতে যোগান বাঢ়িলে আৰু চাহিদা হ্ৰাস পালে সামগ্ৰীৰ দাম হ্ৰাস পায়।কিন্তু ওলোটা হৈছে অসমত।এইকেইদিন গুৱাহাটীত বাঢ়িছে কৰ'না সংক্ৰমণৰ সংখ্যা।ফলত আতংকিত হৈছে মহানগৰবাসী। বজাৰ
Read More...

লকডাউনে নাজিৰাৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱনলৈ নমাই আনিছে অন্ধকাৰ

নাজিৰা ক’ভিড-১৯ ক’ৰোনা ভাইৰছ সংক্ৰমণৰ আতংকময় পৰিস্থিতিত অব্যাহত থকা লকডাউনে সমগ্ৰ অসমৰ লগতে নাজিৰা মহকুমাৰ অধিকাংশ ক্ষুদ্ৰ ব্যৱসায়ী আৰু খুচুৰা ব্যৱসায়ীসকলৰ জীৱনলৈ নমাই আনিছে ঘোৰ অন্ধকাৰ। এই অন্ধকাৰময় জীৱনত ক্ষুদ্ৰ তথা খুচুৰা
Read More...

দৰঙত প্ৰধান মন্ত্ৰীৰ কিষাণ সন্মান আঁচনিৰ নামত ব্যাপক দুৰ্নীতি : আঞ্চলিক পঞ্চায়তৰ সদস্যাৰ লগতে একেখন…

মঙলদৈ লকডাউনৰ সময়চোৱাত কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰী কিষাণ সন্মান আচনি প্ৰৱৰ্তন কৰি কৃষকসকলৰ একাউণ্টত পোনপটীয়াকৈ ধন সোমাই দিছিল। কিন্তু এই আঁচনিৰ বাবে হিতাধিকাৰী বাচনিৰ দায়িত্ব আছিল জিলা
Read More...

দেশৰ আৰ্থ সামাজিক উন্নয়নত গুৰুত্ব গ্ৰামোন্নয়ন মন্ত্রীৰ

লংকা মহামাৰী ক’ৰোনাই সমগ্ৰ দেশতে তীব্র ৰূপ ধাৰণ কৰাৰ সময়তে গ্ৰাম্য উন্নয়নৰ সকলো আঁচনি সফলতাৰে ৰূপায়ণ কৰি যাতে গ্ৰাম্য দুখীয়া জনসাধাৰণক প্ৰকৃতাৰ্থত সহায় কৰাৰ লগতে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা ৰাজ্যৰ অৰ্থনৈতিক পৰিকাঠামো
Read More...

কৰ্মসংস্থাপনৰ বিকল্প পথ মুকলি : বিত্তমন্ত্ৰী আগষ্টৰ পৰা কাৰ্যকৰী ‘এক দেশ এক ৰেছন কাৰ্ড’

দৈনন্দিন বাৰ্তা সেৱা : প্ৰব্ৰজিত শ্ৰমিকৰ বাবে বিশেষ দিশত চিন্তা কৰিলে দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে৷ অহা আগষ্টৰ পৰা কাৰ্যকৰী হ’ব 'এক দেশ এক ৰেছন কাৰ্ড'৷ আজি এই কথা ঘোষণা কৰিলে বিত্তমন্ত্ৰী নিৰ্মালা সীতাৰমনে৷ দেশজুৰি এখন ৰেছন
Read More...

নাজিৰা গেলেকীত লকডাউনে জুৰুলা কৰিছে কেঁ‌চা চাহ পাত ব্যৱসায়ীক : অসমৰ কেঁচা চাহ পাত ব্যৱসায়ীক…

নাজিৰা  বিগত প্ৰায় কেইবাদিনো ধৰি দেশত চলি আছে প্ৰথম, দ্বিতীয়, তৃতীয় পৰ্যায়ৰ লকডাউন। লকডাউনত আৰ্থিক দিশত লোকচানৰ দিশে কেঁ‌চা চাহপাত ব্যৱসায়ীৰ। নাজিৰাৰ গেলেকী অঞ্চলৰ বাসিন্দা প্ৰধান জীৱিকা কেঁ‌চা চাহপাত সংগ্ৰহ কৰি যোগান ধৰা। কিন্তু
Read More...

প্ৰকৃত উদ্যোগী, কৰ্মীক লকডাউনে প্ৰভাম্বিত কৰিব পৰা নাই : ড° পিতাম্বৰ দেৱ গোস্বামী

টীয়ক অসম যিহেতু কৃষি প্ৰধান ৰাজ্য সেয়ে প্ৰতিজন যৱক যুৱতীয়ে নিজৰ বাৰীতে সাধ্য অনুসৰি কৃষিকৰ্মত নিজকে নিয়োগ কৰিলে যিকোনো বিপদৰ সময়ত সকাহ পাব পাৰি সেয়া প্ৰমাণ কৰি দেখুৱাইছে টীয়কৰ ভাস্কৰ হাজৰিকা নামৰ এজন যুৱকে। টীয়কৰ কলিয়াপানীস্থিত
Read More...

লকডাউনৰ প্ৰভাৱ : ইলেকট্ৰ’নিকছ সামগ্ৰীৰ কৰ্মচাৰী হৈ পৰিল শাক-পাচলিৰ ব্যৱসায়ী

জামুগুৰিহাট সমগ্ৰ পৃথিৱীত মহামাৰী ৰূপ লোৱা ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবেই দেশত ঘোষণা কৰা হ’ল লকডাউন৷ এই লকডাউনৰ সময়চোৱাত দেশৰ লগতে ৰাজ্যৰ বহুতৰে জীৱন শৈলী সলনি হোৱা দেখা পোৱা গ’ল৷ লকডাউনৰ বাবেই দোকান পোহাৰ বন্ধ হৈ পৰাত শোণিতপুৰ
Read More...

চিৰাঙত খেতিপথাৰতে নষ্ট শাক-পাচলি

পাণবাৰী দেশত তৃতীয় পৰ্যায় লকডাউনৰ ফলত কৃষকৰ মাজত হাহাকাৰ হৈছে৷ লকডাউনৰ ফলত কৃষকৰ পাচলি পথাৰতে গেলি-পচি যাবলৈ ধৰাত চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত আলুখুন্দা অঞ্চলৰ কৃষকে মূৰে কপালে হাত দিব লগা হৈছে৷ উল্লেখ্য যে চিৰাং জিলাৰ বিজনী
Read More...

গুৱাহাটীৰ অমিয় নগৰত দৰিদ্ৰ লোকক সাহায্য ইণ্ডিয়ান বেংকৰ

গুৱাহাটীভাৰতৰ জনগণ ক’ভিড-১৯ ৰোধ কৰাৰ যুঁজ অব্যাহত ৰাখিছে৷ আনহাতে ক’ভিড-১৯ক ৰোধ কৰাৰ অৰ্থে দেশজুৰি লকডাউন অব্যাহত আছে৷ সোমবাৰৰ পৰা তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হৈছে৷ ইপিনে, লকডাউন অব্যাহত থকাত দৰিদ্ৰ লোকসকলৰ অৱস্থা শোচনীয় হৈ পৰিছে৷ এনে
Read More...
x

COVID-19

India
Confirmed: 165,386Deaths: 4,711
ine
x

COVID-19

World
Confirmed: 5,898,252Deaths: 367,273
insdffe