Breaking

Browsing Category

অৰ্থনীতি

গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ বয়নশিল্পত বিহুৱান বোৱাত ব্যস্ত শিপিনী

গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ বয়নশিল্পত বিহুৱান বোৱাত ব্যস্ত শিপিনী ।লক্ষ্য এহেজাৰখন বিহুৱান বৈ তোলাৰ । গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ বয়নশিল্পত কৰ্মৰত ৪০ গৰাকী  শিপিনীৰ যেন কৰ্ম ব্যস্ততাৰ সীমা নাই। পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ
Read More...

অভয়াপুৰীত হানি খুছি হত্যা মহিলাক ।

আফ্ৰুজা খাতুন (২৩) নামৰ মহিলা এগৰাকীক ঘৰৰ ভিতৰতে হানি খুছি হত্যা । নিশা নিজ ঘৰৰ শোৱনী কোঠাত আফ্ৰুজা খাতুন স্বামী আৰু একমাত্ৰ তিনি বছৰীয়া পুত্ৰ সন্তানৰ লগত শুই থকা সময়তে এই হত্যাকাণ্ড । পৰিয়ালৰ অভিযোগ মতে অচিনাক্ত দুগৰাকী লোকে সিন্ধি দি
Read More...

পশ্চিম কৰিমগঞ্জৰ বিধায়ক ছিদ্দিক আলী আহমেদৰ বিধায়ক পদ বাতিল

বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ছিদ্দেক আহমেদৰ ওপৰত ব্যবস্থা ল’বলৈ সভাপতিলৈ পত্ৰ প্ৰেৰণ ।কংগ্ৰেছ দলৰ ২৫ জন বিধায়কে ৰিপুন বৰাক ভোট দিছে। ৰহা আৰু পশ্চিম কৰিমগঞ্জৰ বিধায়কে ভোট দিয়া নাই। ৰহাৰ বিধায়ক শশীকান্ত দাসে বিজেপিক ভোট দিছে। দক্ষিণ
Read More...

অৰুণাচলী সুৰাত অসমৰ লেবেল ।

মাৰ্ঘেৰিটাৰ বিভিন্ন অঞ্চলত অব্যাহত আছে অৰুণাচলী সুৰাৰ ৰমৰমীয়া ব্যৱসায় । আৰক্ষীৰ চকুৰ সম্মুখেৰে চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা মাৰ্ঘেৰিটাৰ বিভিন্ন ধাবাসমূহলৈ সৰবৰাহ হৈ আছে সুৰা। তেনে সময়তে অৰুণাচলী সুৰা অসমৰ সুৰাৰ বটলত ভৰাই বিশেষ পদ্বতিৰে
Read More...

যিখন জিলাত তেল, কয়লা আৰু চাহৰ বাবে উন্নতিৰ শিখৰত উপনীত হৈছিল, এতিয়া তাৰ পূৰ্বৰ গৌৰৱময় দিনবোৰৰ…

কভিড অতিমাৰীৰ পৰিপ্ৰেক্ষিতত উত্তৰ - পূব সীমান্ত ৰেলৰ মাকুম -ডাঙৰী শাখাত বন্ধ হৈ থকা 'ডেমু' ৰেলখনৰ চলাচল অনতিপলমে আৰম্ভ কৰাৰ লগতে অন্যান্য যাত্ৰী-সেৱা বৃদ্ধি কৰাৰ আহ্বান জনাইছে 'মাকুম-ছৈখোৱা ৰেলপথ সুৰক্ষা সমিতি'য়ে। ‌সমিতিৰ
Read More...

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ…

দেশত হৈ থকা মূল্যবৃদ্ধিৰ মাজতেই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে ভাল খবৰ। বুধবাৰে কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰী সকলে লাভ কৰে কিছু সকাহ। চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে DA (Dearness Allowance) বৃদ্ধিৰ ঘোষণা কৰিছে। যাৰ
Read More...

কঠোৰ বিশ্বব্যাপী অৰ্থনৈতিক নিষেধাজ্ঞা স্বত্বেও, ভাৰতে ৰাছিয়াৰ সৈতে বাণিজ্য অব্যাহত ৰাখিছে।

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীৰ আগত ভাৰতীয় বংশোদ্ভূত বিষয়াৰ আমেৰিকা ভ্ৰমণ । আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতিৰ উপ- ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (উপ এনএছএ) দলিপ সিঙে দুদিনীয়া ভ্ৰমণত ভাৰতত উপস্থিত হৈছে।
Read More...

বিশ্বনাথত ৪৫ বছৰ বয়সৰ শিক্ষাৰ্থী অৱতীৰ্ণ হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাত

বিশ্বনাথ চাৰিআলিৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ তিনিগৰাকী শিক্ষাৰ্থী চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ইয়াৰে এগৰাকী হ'ল বিশ্বনাথ ঘাটৰ গড়ভীতৰ গাওঁৰ শিক্ষক আলতাফ হুছেইনৰ পত্নী বুলবুলি খাতুন।বুলবুলি খাতুনে ৪৫ বছৰ বয়সত বিশ্বনাথ হাইস্কুল কেন্দ্ৰত
Read More...

দাৰাগাঁৱত এছ এছ বিৰ কৃষকলৈ কৃষি সঁজুলিৰ লগতে শস্যৰ বীজ বিতৰণ

সশস্ত্র সীমা বল চমুকৈ এছএছবিৰ ৬৪ নং বেটেলিয়নৰ উদ্যোগত আজি "আজাদী কা অমৃত মহোৎসৱ"ৰ লগত সংগতি ৰাখি বাক্সা জিলাৰ দাৰাগাওঁত উত্তৰকুছি, দাৰাগাওঁ আদি গাঁৱৰ পৰা নিৰ্বাচিত ৫০ গৰাকী কৃষকক ৰবী শস্যৰ বীজ বিতৰণ কৰাৰ লগতে কৃষক সকলক বিভিন্ন সজুলী
Read More...

জেবিআইচিক অসমৰ উদ্যোগীসকলক সহায় কৰিবলৈ সকলো প্ৰয়োজনীয় সহায় আৰু সহযোগিতা আগবঢ়োৱাৰ আশ্বাস

কুৰিহাৰা (তোশী) তোশিহিকো, জাপান বেংক ফৰ ইণ্টাৰনেচনেল কো-অপাৰেচন (জেবিআইচি)ৰ মুখ্য প্ৰতিনিধি; মিৎচুই এণ্ড কোং ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ কলকাতা শাখাৰ মুখ্য আঞ্চলিক বিষয়া, সঞ্চালক চুয়োশি হোণ্ডা আৰু জ্যেষ্ঠ অৰ্থনীতিবিদ (জেবিআইচি) ড০ বিনায়ক
Read More...