Breaking

Browsing Category

শিক্ষা

গোলাঘাটত বিশিষ্ট লেখক অমল চন্দ্ৰ কোঁৱৰৰ গ্ৰন্থ উন্মোচন

গোলাঘাট , ২৭ নবেম্বৰ :  গোলাঘাট জিলা সাহিত্য সভাৰ সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিক ভৱনত আজি অনুষ্ঠিত এক সভাত বিশিষ্ট লেখক অমল চন্দ্ৰ কোঁৱৰৰ '' সাম্প্ৰতিক সময় আৰু কিছু চিন্তা '' শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰা হয় । এই গ্ৰন্থখন আনুষ্ঠানিকভাৱে
Read More...

উত্তৰ পুৰুষৰ মঞ্চৰ সৰ্বোচ্চ সন্মান “অক্লান্ত উত্তৰ পুৰুষ বঁ‌টা-২০২০” শৰ্মিষ্ঠা প্ৰীতমলৈ

চাংসাৰি, ২৬ নৱেম্বৰ : জীৱন যুদ্ধত যিসকল ব্যক্তিয়ে কেতিয়াও হাৰ মনা নাই,অথচ আনক সহায়ৰ হাত আগবঢ়াই দিছে, সেইসকল বিশিষ্ট ব্যক্তিক উত্তৰ পুৰুষৰ মঞ্চ নামৰ সাহিত্য-সংস্কৃতিক, সামাজিক আৰু প্ৰকৃতি সুৰক্ষাৰ বাবে নিৰন্তৰ সাধনা কৰি অহা
Read More...

ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যায়ত ৭২ সংখ্যক ৰাষ্ট্ৰীয় শিক্ষাৰ্থী দিৱস পালন

জামুগুৰিহাট, ২৩ নবেম্বৰ : ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱসটি চতিয়া বিধান সভা সমষ্টিৰ উচ্চ শিক্ষাৰ এক অন্যতম শিক্ষানুষ্ঠান ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী গোটে আজি দিনযোৰা কাৰ্যসূচীৰে
Read More...

শংকৰদেৱ শিশু নিকেতন ফিল’বাৰীত শিশু বাটিকা কৰ্মশালা সমাপন

 ডিৰাক সীমান্ত, ২২ নৱেম্বৰঃ শিশু শিক্ষা সমিতিৰ দ্বাৰা পৰিচালিত শংকৰদেৱ শিশু নিকেতন, ফিল'বাৰীত আজি  অংকুৰ আৰু মুকুল শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ মাতৃ সকলক লৈ  শিশু বাটিকা কৰ্মশালা অনুষ্ঠিত হয়। নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি সোমেশ্বৰ কলিতাই
Read More...

জামুগুৰিহাটত শিশু নাট কৰ্মশালা আৰু নাট প্ৰযোজনাৰ উদ্বোধনী অনুষ্ঠান

জামুগুৰিহাট,২২ নবেম্বৰ: "সাম্প্রতিক কৰো'না মহামাৰীয়ে মানুহৰ আত্মবিশ্বাস ভাঙি পেলাইছে। এনে সময়ত সাংস্কৃতিক পৰিবেশ গঢ়ি তুলি মানুহক সংস্কৃতিৰ লগত জৰিত কৰিব পাৰি লেহে মানুহৰ মনলৈ পুনৰ আত্মবিশ্বাস ঘূৰি আহিব। " এই মন্তব্য জামুগুৰি সাংস্কৃতিক
Read More...

জামুগুৰি সাহিত্য সভাৰ জনপ্ৰিয় বক্তৃতানুষ্ঠান : প্ৰকাশ পালে কৃতি শিক্ষক সাহিত্যকৰ্মী ভূপেন বৰদলৈৰ…

জামুগুৰিহাট, ২২ নবেম্বৰ : ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ অন্যতম সাহিত্যচৰ্চাৰ অনুষ্ঠান জামুগুৰি সাহিত্য সভাৰ ১০২ সংখ্যক আমন্ত্ৰণমুলক জনপ্ৰিয় বক্তৃতানুষ্ঠান আজি জামুগুৰিহাটৰ সূৰ্য্যোদয় ভৱনত বিয়লি অনুষ্ঠিত হয় ৷ জামুগুৰি উচ্চতৰ মাধ্যমিক
Read More...

অসমীয়া সাহিত্য সন্মিলনীৰ কেন্দ্রীয় বৰ্ধিত কাৰ্যনিৰ্বাহক আহ্বান

জামুগুৰিহাট, ২১ নবেম্বৰ: অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ সৰ্বাঙ্গীন উন্নয়ন হকে গঠিত অসমীয়া সাহিত্য সন্মিলনীৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অহা ২৯ নৱেম্বৰ, দেওবাৰে পুৱা ১১ বজাত ঐতিহ্যমণ্ডিত তেজপুৰ চহৰৰ উত্তৰ পূব ব্যৱসায়ী সন্থাৰ
Read More...

আছুৰ দুলীয়াজান অধিৱেশনত লোৱা হ’ল কেবাটাও সিদ্ধান্ত

সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজানত অনুষ্ঠিত অধিৱেশনত শুকুৰবাৰে কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । আছুৰ সদস্যৰ বয়স, বিভিন্ন সমিতিৰ কাৰ্যকাল এনে কিছু সিদ্ধান্ত প্ৰতিনিধি সভাত গ্ৰহণ কৰা হয়। অৱশ্যে পৰৱৰ্তী বৰ্ষৰ অধিৱেশনৰ পৰাহে
Read More...

টি.এম.পি.কেৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন

উজনি-মাজুলী, ২০ নৱেম্বৰঃ বুধবাৰে মাজুলী জিলা টি-এম-পি-কে ৰ উদ্যোগত এম-এম-কে আৰু টি-এম-এম-কে আৰু এম-এ-চি ৰ সহযোগত  ৰঙাচাহী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্য্যায়ত JEE( mains& advance 20 আৰু NEET UG (MBBS) স্থান লাভ কৰা মাজুলীৰ
Read More...

মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষাত মাজুলীৰ ৬৫ নং বালিচাপৰি প্ৰাথমিক বিদ্যালয়ৰ সফলতা

উজনি মাজুলী ,২০ নৱেম্বৰঃ ২০১৯ বৰ্ষৰ "মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষা" ত মাজুলী জিলাৰ মাজুলী শিক্ষাখণ্ডৰ অন্তৰ্গত বালিচাপৰি মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত ৬৫ নং বালিচাপৰি প্ৰাথমিক বিদ্যালয়ৰ সাত গৰাকী ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈ
Read More...