Breaking

Browsing Category

প্ৰকৃতি

অসমে লাভ কৰিলে আৰু ২খন ৰাষ্ট্ৰীয় উদ্যান

আৰু ২খন ৰাষ্ট্ৰীয় উদ্যান লাভ কৰিলে ৰাজ্যই। ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰা হৈছে ৰায়মনা আৰু দিহিং পাটকাই অভয়াৰণ্যক।ইয়াকে ধৰি ৰাজ্যত এতিয়া ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ’ল ৭খন।ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত দেশৰ ভিতৰতে ২য় স্থানত অৱস্থান
Read More...

শীঘ্রে পানীদিহিং পক্ষী অভয়াৰণ্য পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলা হব : মন্ত্রী বিমল…

শিৱসাগৰ জিলাৰ ডিমৌত কেন্দ্ৰীয় পৰ্যটন বিভাগৰ স্বদেশ দৰ্শন আঁচনিৰ অধীনত নির্মীয়মান অৱস্থাত থকা ডিমৌৰ ৰাজমাইত অৱস্থিত পৰ্যটন গৃহটি ২ জুনত  পৰিদৰ্শন কৰে অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী বিমল বৰাই। ডিমৌৰ পৰা কিছু নিলগৰ ৰাজমাইত ৩৭ নং ৰাষ্ট্ৰীয়
Read More...

১০ জুনত বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ

অহা ১০জুনত বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ, প্ৰায় ৫ঘন্টা ধৰি হব এই সূৰ্যগ্ৰহণ, দুপৰীয়া ১ বাজি ৪২ মিনিটৰ পৰা আৰম্ভ হ'ব সূৰ্যগ্ৰহণ,ভাৰতত আংশিকভাৱে পৰিলক্ষিত হব এই সূৰ্যগ্ৰহণ
Read More...

লোহাৰঘাটত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ পোৱালি মৃত্যু

পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ হানাপাৰাৰ নিচেই কাষতে থকা কাৱাচিং পাহাৰত দুদিন পূৰ্বে এটি আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ পোৱালি উদ্ধাৰ হৈছিল। জানিব পৰা মতে, প্ৰায় ৩/৪ বছৰীয়া আঘাতপ্ৰাপ্ত
Read More...

গেলেকীত বিৰল প্ৰজাতিৰ বনৰৌ উদ্ধাৰ

 শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী  আঠখেলৰ গেলেকী চাহ বাগিচাৰ মাজত আজি এটা বিৰল প্ৰজাতিৰ বনৰৌ উদ্ধাৰ হয়।আজি পুৱা চাহ বাগিচাখনৰ শ্ৰমিকসকলে বাগানত পাত তুলিবলৈ যোৱাৰ সময়ত চাহ বগিচাখনৰ মাজত এটা বন্য প্ৰাণী প্ৰত্যক্ষ কৰে।শ্ৰমিকসকলে লগে
Read More...

মৰাণ সৰগফলা গোহাঁই গাঁৱত মৃত প্ৰকাণ্ড নাহৰফুটুকী বাঘ উদ্ধাৰ

ডিমৌৰ কাষৰীয়া ডিব্ৰুগড় জিলাৰ খোৱাং সৰগফলা  গোহাঁই গাঁৱত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে প্ৰকাণ্ড এটা মৃত নাহৰফুটূকী  বাঘ । অঞ্চলটোৰ নগেন বৰা  নামৰ ব্যক্তি জনৰ ঘৰৰ গাহৰি গড়ালৰ কাষতে কাহিলি  পুৱাতে উদ্ধাৰ হয় মৃত বাঘটো। । পুৱাতেই পৰিয়ালৰ লোকৰ
Read More...

বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ: ক’ত ক’ত দৃশ্যমান হ’ব এই চন্দ্ৰগ্ৰহণ

৬ মে'ত বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ সংঘটিত হ'ব৷  ভাৰতত বিয়লী ২:১৭ বজাৰ পৰা সন্ধিয়া৭:১৯ বজালৈ দৃশ্যমান হ'ব এই চন্দ্ৰগ্ৰহণ৷ পূৰ্বাঞ্চলৰ অসম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাত বিয়লী ভাগলৈ আংশিকভাবে দৃশ্যমান হ'ব চন্দ্ৰগ্ৰহণ৷
Read More...

এইবাৰ ‘যশ’ ঘূৰ্ণিবতাহৰ তাণ্ডৱ, ৫ ৰাজ্যত সতৰ্ক বাণী প্ৰশাসনৰ

তাউকতে ঘূৰ্ণিবতাহৰ পিছত এইবাৰ যশ নামৰ আন এক ঘূৰ্ণিবতাহে সংকট হৈ দেখা দিছে দেশৰ উপকূলীয় অঞ্চলত। যাৰ বাবে ইতিমধ্যে ৫ খনকৈ ৰাজ্যত সতৰ্ক বাণী জাৰি কৰিছে প্ৰশাসনে।এই সাগৰীয় ঘূৰ্ণিবতাহে দক্ষিণ পূব ভাৰতৰ উপকূলীয় অঞ্চলত প্ৰভাৱ পেলাব বুলি শংকা
Read More...

বতৰৰ আগজাননীঃ অসমকে ধৰি বিভিন্ন ৰাজ্যত ২–৩ দিন ধৰি হ’ব প্ৰবল বৰষুণ

অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত অহা দুই–তিনি দিন ধৰি বিজুলী–ঢ়েৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ ভূ–বিজ্ঞান মন্ত্রালয়ে প্রকাশ কৰা আগজাননী অনুসৰি প্রবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে উত্তৰাখণ্ড, পশ্চিমবংগ, ওড়িশা, অৰুণাচল প্রদেশ, অসম, মেঘালয়,
Read More...

উত্তৰাখণ্ডৰ হিম স্খলনৰ ঘটনাত সন্ধানহীন ১৫০জন লােকৰ ১২জন লােকক উদ্ধাৰ

উত্তৰাখণ্ডৰ হিম স্খলনৰ ফলত হঠাৎ হােৱা বানত ৰেইনী, বিৰাজী, আলকাপুৰী আৰু চিনাকা গাঁৱৰ পৰা কালি ৭টা মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি ডেৰাডুনৰ ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণে প্ৰকাশ কৰিছে। অঞ্চলটোত হােৱা বানৰ পাছত ১৫০জন লােক সন্ধানহীন হৈ
Read More...