Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

নগাঁৱত বিজেপিৰ ৰাজ্যিক প্ৰভাৰী অজয় জামুৱাল

"আমাৰ চৰকাৰ শাসনলৈ আহি অসমৰ পৰা ভ্ৰষ্টাচাৰ নাইকীয়া কৰাত গুৰুত্ব দিছে। ইয়াৰ প্ৰমাণ হৈছে এপিএছচিত আমাৰ চৰকাৰে অনা সংস্কাৰ। অনাগত বৰ্ষসমূহত সমগ্ৰ ভাৰতৰ পৰাই ভ্ৰষ্টাচাৰ পুলিয়ে পোখাই উভালিম।"- নগাঁৱত আজি এই মন্তব্য কৰিলে বিজেপিৰ ৰাজ্যিক
Read More...

পুনেৰ ছিৰাম ইনষ্টিটিউটত ভয়ংকৰ অগ্নিকাণ্ড

পুনেৰ ছিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। পুনেৰ কোম্পানীৰ টাৰ্মিনেল ১ গেটত এই অগ্নিকাণ্ডৰ ঘটনা। প্ৰতিষ্ঠানটোৰ টাৰ্মিনেল গেট নং১ ৰ ভিতৰৰ ছেইজ ৩ ভৱনৰ চতুৰ্থ আৰু পঞ্চম মহলাত এই  অগ্নিকাণ্ডৰ ঘটনা । কভিশ্বিল্ডৰ
Read More...

মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

বলিউদৰ প্ৰসিদ্ধ গীতিকাৰ জাভেদ আখতাৰে দাখিল কৰা এটা মানহানিৰ গোচৰত অভিনেত্ৰী কংগনা ৰানাৱতক মুম্বাই আৰক্ষীৰ ওচৰত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে ।এজন আৰক্ষী বিষয়াই এই কথা জানিবলৈ দিয়ে। অহা শুকুৰবাৰে অভিনেত্ৰী কংগনাক জুহু আৰক্ষীৰ সন্মুখত
Read More...

কাউলি গাঁওত ভাৰতীয় সেনাবাহিনীৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ

বাক্সা জিলাৰ কাউলি গাঁওত ভাৰতীয় সেনাবাহিনীৰ ৰেড হৰ্ণ ডিভিজনৰ অপাৰেচন সদভাৱনাৰ সৌজন্যত দিনযোৰা কাৰ্যসূচীৰে এটি বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰে । এই স্বাস্থ্য শিবিৰত স্থানীয় অঞ্চলবাসী ৰাইজৰ বহুত ধৰণৰ চিকিৎসা সেৱা আগবঢ়োৱা
Read More...

হোজাইত উচুপি থকা বনকৰা শিশুক উদ্ধাৰ জিলা আইনসেৱা প্ৰাধিকৰণৰ

হোজাইৰ ৰাজপথত উচুপি থকা ৮ বছৰীয়া বনকৰা শিশুক উদ্ধাৰ কৰিলে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণ আৰু চাইল্ড লাইনে। বনকৰা কামত নিয়োগ কৰা শিশুটিক অমানৱীয় নিৰ্যাতনত অতিষ্ঠ হৈ শিশুটিয়ে সেই ঘৰৰ পৰা পলায়ন কৰি হোজাই ভিমসৰীয়া পথত আশ্ৰয় লয় আৰু কান্দি
Read More...

কংগ্ৰেছ-এ আই ইউ ডি এফৰ মহাজোট বন্ধন নহয়,মহাজট বন্ধনহে হব

কংগ্ৰেছ-এ আই ইউ ডি এফৰ মহাজোট বন্ধন নহয়, মহাজট বন্ধন হব।কেইদিনমানৰ পিচত জট ভাঙোতেই কাজিয়া হব। কংগ্ৰেছো শূণ্য আৰু এ আই ইউ ডি এফো শূণ্য। গতিকে শূণ্যৰ লগত শূণ্য যোগ হ'লে উত্তৰ শূণ্যই হব। কিন্তু এই জোটবন্ধনে কিছু কিছু স্থানত যে খিলঞ্জীয়া
Read More...

নগাঁৱত যুৱকৰ ৰহস্যজনক মৃত্যু : হত্যাৰ সন্দেহ পৰিয়ালৰ

নগাঁও চহৰৰ সমীপৰ চলচলি দলঙৰ ওচৰত এজন যুৱকৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি নগাঁৱত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ। এই ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি আজি একাংশ লোকে হয়বৰগাঁও আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। জানিব পৰা মতে কালি বিয়লি
Read More...

মাজুলীৰ বিজ্ঞান ক্ষেত্ৰখনলৈ সুখৱৰ কঢ়িয়াই আনিলে দেৱলক্ষ্মীয়ে

নলবাৰীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ২৮ তম ৰাজ্যিক সমাৰোহত চমকপ্ৰদ ভাবে উজ্বলিল মাজুলীৰ দুই ছাত্র-ছাত্ৰী। ৩৩ খন জিলাই অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনিত মাজুলীৰ ৰতনপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী
Read More...

১ কোটি টকা উৎকোচ লোৱাৰ সময়তে CBI য়ে আটক কৰে জ্যেষ্ঠ ৰে’লৱে বিষয়াক

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চিবিআইয়ে দেওবাৰে আটক কৰে ভাৰতীয় ৰে’লৱে ১ কোটি অভিযান্ত্ৰিক সেৱাৰ এগৰাকী জ্যেষ্ঠ বিষয়াক ৷ উল্লেখ্য যে, দেশৰ 20 টা স্থানত অনুসন্ধান চলোৱাৰ মাজতে জ্যেষ্ঠ ৰে’লৱে বিষয়া গৰাকীক মুঠ ১ কোটি টকা উৎকোচ লোৱাৰ
Read More...

নগাঁৱত কেইবাশতাধিক লোকৰ বিজেপিত যোগদান

বিগত কিছুদিন ধৰি নগাঁও সদৰ সমষ্টিত কংগ্ৰেছকে ধৰি আন দলৰ পৰা বিজেপিত যোগদান পৰ্ব অব্যাহত আছে। বিশেষকৈ বিগত সময়চোৱাত বিধায়ক ৰূপক শৰ্মাই সমষ্টিটোৰ সৰ্বস্তৰৰ লোকৰ সামগ্ৰিক উন্নয়নত আকৃষ্ট হৈ সমষ্টিটোত বিজেপিত যোগদান কৰা লোকৰ সংখ্যা
Read More...