Browsing Category

স্থানীয় বাৰ্তা

কলিয়াবৰৰ বৰঘূলীত বৰলুইতৰ পুনৰ ভয়াবহ খহনীয়া : জলসম্পদ মন্ত্ৰীৰ গৃহ সমষ্টিত একাংশ ঠিকাদাৰৰ ময়মতালি ফল…

কলিয়াবৰ কলিয়াবৰৰ লুইতপৰীয়া বৰঘূলী অঞ্চললৰ বাৰিষাৰ প্ৰাৰম্ভতে লুইতৰ খহনীয়াই লৈছে ৰূদ্ৰ ৰূপ। কলিয়াবৰৰ ২ নং আৰু ৩ নং বৰঘূলী অঞ্চলত বৰলুইতৰ গৰাখহনীয়াই ধাৰণ কৰিছে ভয়াবহ ৰূপ। ঈদৰ দিনৰ পৰা আৰম্ভ হোৱা গৰাখহনীয়াই ক্ৰমান্বয়ে ভয়ঙ্কৰ ৰূপ
Read More...

ডীলাইত বৃহৎ পৰিমাণৰ গুটখাসহ আটক ২

বোকাজান কাৰ্বি আংলং জিলাৰ ডীলাই আৰক্ষীৰ নিয়মীয়া তালাচীত বৃহৎ পৰিমাণৰ গুটখা উদ্ধাৰ কৰাৰ লগতে  দুজনক আটক কৰে আৰক্ষীয়ে। ধৃত লোক দুজন সুভাষ তামং আৰু সঞ্জয় অধিকাৰী বুলি জানিব পৰা গৈছে। আৰক্ষীৰ সূত্ৰে পোৱা তথ্য অনুসৰি গুৱাহাটীৰ বেলতলাৰ
Read More...

নলবাৰীত ভয়ংকৰ ঘটনা। দলঙৰ পৰা জপিয়াই পাগলাদিয়া নৈত আত্মহত্যাৰ প্ৰচেষ্টা এজনৰ।

নলবাৰী দেশজুৰি চলি থকা লক ডাউনৰ পৰিপ্ৰেক্ষিতত সাধাৰন লোকসকল আৰ্থিক ভাবে চৰম জুৰুলা হৈ পৰিছে । আৰ্থিক দৈন্যতাৰ বাবেই পাগলাদিয়া নদীত মৰণজাপ দিলে এজন যুৱকে ।নলবাৰীৰ বৰমুৰিকোনা ঘাটত ঘটিল এই ভয়ংকৰ ঘটনাটো । বৰমুৰিকোনা ঘাটৰ পকী দলঙৰ পৰা
Read More...

বনপাৰ্টি শিল্পীৰ ওচৰত মঙলদৈৰ বিধায়ক : সাহায্য বিতৰণ

মঙলদৈ বহাগ আহিলেই যেন এটা দিনো ৰ’বলৈ সময় নাই সেইসকল শিল্পীৰ৷ ইখনৰ পিছত সিখন যুগ্ম জীৱন, মাঙ্গলিক অনুষ্ঠানৰ বেনপাৰ্টি বজোৱাত ব্যস্ত হৈ পৰে৷ কিন্তু এইবেলি ক’ৰোনা মহামাৰীৰ বাবে সমগ্ৰ দেশ লকডাউনত থকাত মঙলদৈ সমষ্টিৰ অন্তগৰ্ত বেনপাৰ্টি
Read More...

ৰাজগড়ত নাহৰফুটুকীৰ পোৱালি উদ্ধাৰ

টিংখাং ডিব্ৰুগড় জিলা ৰাজগড় আৰক্ষী চকী সমীপৰ মহখোৱাত সোমবাৰে পুৱা দুটা নাহৰফুটুকী বাঘৰ পোৱালি উদ্ধাৰ হোৱাৰ বাতৰিয়ে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। জানিব পৰা মতে মহখোৱাৰ নিবাসী তথা গাঁওবুঢ়া মহেন্দ্ৰ হাজৰিকাৰ চাহ বাগিচাত পাত চিঙি থকা
Read More...

নগাঁৱৰ মোল্লাপট্টিত হতাহতিত এজনৰ মৃত্যু : গ্ৰেপ্তাৰ ১

নগাঁও ঈদৰ আনন্দৰ মাজতেই আজি বিয়লি প্ৰায় ৩ বজাত নগাঁও চহৰৰ ধিং গেটৰ মোল্লাপট্টিত হোৱা এক মাৰপিটৰ ঘটনাত এজন লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে মোল্লাপট্টিৰ নাজিৰ খান ওৰফে কালা আৰু
Read More...

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ম’বাইল ফটোগ্ৰাফী প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

গোলাঘাট গোলাঘাটৰ কেইজনমান কুইজপ্ৰেমী যুৱকৰ দ্বাৰা গঠিত 'ইকুইনক্স' নামৰ কুইজ ক্লাবৰ উদ্যোগত সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত কৰা এখনি ম'বাইল ফটোগ্ৰাফী প্ৰতিযোগিতাৰ ফলাফল সোমবাৰে ঘোষণা কৰা হয়। বিশ্বজিৎ পূজাৰী,  চাইদ নেকিব,  শৰৎ চেতিয়া আৰু
Read More...

সাংবাদিকক লংকা মণ্ডল যুৱ মৰ্চাৰ মাস্ক, ছেনিটাইজাৰ বিতৰণ

লংকা সমগ্ৰ অসমতে  ক’ৰোনাই মহামাৰী ৰূপ ধাৰণ কৰা সময়তে জৰুৰীকালীন সেৱাত ব্ৰতী থকা আৰক্ষী প্ৰশাসন, চিকিৎসক, সংবাদকৰ্মী লোকসকলে দিনেই নিশাই একাকাৰ কৰি ৰাইজক সেৱা কৰি আছে।এনে এক সময়ত গোটেই দিনটো সংবাদ সংগ্ৰহত ব্যস্ত সাংবাদিকসকলে আগন্তুক
Read More...

আমিয়েই, নিমাত প্ৰকৃতিৰ প্ৰতিবাদী কন্ঠ

◆ৰাজীৱ কমল শইকীয়া বোধহয়, গছ, অৰণ্য অথবা পৰিৱেশৰ অন্য উপাদানৰ ওচৰত আমি কি ধৰণেৰে ঋণী, সেই কথা আজিৰ সচেতন পাঠকৰ আগত দোহৰাৰ অলপো প্ৰয়োজন নাই | শেহতীয়াকৈ সংবাদ মাধ্যমৰ জৰিয়তে খবৰ এটা পৰিলক্ষিত হৈছিল- দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ
Read More...

দৰঙত ৩২.৪১ কোটি টকীয়া নিৰ্মীয়মান মথাউৰি পুনৰ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ : শংকিত নৈপৰীয়া

দৰং দৰঙত জলসম্পদ বিভাগৰ জৰিয়তে পুনৰ নিৰ্মাণ কৰা মঠাউৰিত ব্যাপক অনিয়ম হোৱা অভিযোগ উত্থাপন হৈছে৷ প্ৰায় ৩২.৪১ কোটি টকাৰে পুনৰ নিৰ্মাণ কৰা মথাউৰি নিৰ্মাণত হোৱা অনিয়মৰ বাবে এইবাৰ পুনৰ নৈপৰিয়া লোকসকলে ভোগ কৰিব লাগিব বানপানীৰ সমস্যাত৷
Read More...