Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

প্ৰধানমন্ত্ৰীয়ে আজি শুভাৰম্ভণি কৰিলে কৰোণা ভেকচিন প্ৰদান প্ৰক্ৰিয়া

আজি সমগ্ৰ দেশৰ বাবেই এক ঐতিহাসিক দিন। আজিৰে পৰা সমগ্ৰ দেশতে আৰম্ভ হ'ল কৰোণাৰ ভেকচিন প্ৰদান প্ৰক্ৰিয়া। ভাৰতৰ এই কোৰোণা ভেকচিনেশ্যন প্ৰক্ৰিয়া সমগ্ৰ বিশ্ৱৰ ভিতৰতে সবাটোতকৈ ডাঙৰ হিচাপে চিহ্নিত হৈছে। কোৰোণাৰ টিকা প্ৰদানৰ বাবে সাজু কৰি তোলা
Read More...

চিবিআইৰ কাৰ্যালয়তে তালাচী চিবিআই বিষয়াৰ : কিন্তু কিয় !

এবাৰ দুৰ্নীতিৰ অভিযোগ উঠিল খোদ দুৰ্নীতিৰ তদন্তকাৰীৰ বিৰুদ্ধে ৷ অৰ্থাৎ দুর্নীতিৰ অভিযোগত এইবাৰ নিজৰ কাৰ্যালয়তেই তালাচী চলালে চিবিআই বিষয়াই। উল্লেখ্য, বেঙ্ক প্রতাৰণাত জড়িত বহু কেইটা কোম্পানীক সহযোগিতা কৰা আৰু তেওঁলোকৰ পৰা উপঢৌকন লোৱাৰ
Read More...

কৃষি আইন সন্দৰ্ভত কেন্দ্ৰীয় কৃষি মন্ত্ৰী আৰু বিৰোধী সংগঠনৰ মাজত আলোচনা

কেন্দ্ৰীয় চৰকাৰ আৰু সংসদত অলপতে গৃহীত হোৱা কৃষি আইন কেইখনৰ বিৰোধীতা কৰা কৃষক সংগঠনসমূহৰ মাজত আজি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত নৱমলানি আলোচনা অনুষ্ঠিত হৈছে। আলোচনাৰ পূৰ্বে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে
Read More...

শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰলৈ আহিব মোদী

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২৩ জানুৱাৰীত শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰলৈ আহিব । ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই এই সন্দৰ্ভত আজি সংবাদ মাধ্যমক কয় যে - জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগানেৰে দিছপুৰৰ গাদী দখল কৰিবলৈ সক্ষম হোৱা
Read More...

গুৱাহাটী আৰু ডিব্ৰুগড়ত কাইলৈ পৰা শুভাৰম্ভণি হ’ব ক’ভিডৰ টীকাকৰণ

কৰ’ণা মহামাৰীৰ ভয়ংকৰ সংহাৰৰ পাছতে এতিয়া বিশ্বৰ লগতে ভাৰত পালেহি ক’ভিডৰ প্ৰতিষেধক। ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমত ইতিমধ্যে দুখন হেলিকপ্তাৰেৰে ক’ভিশ্বীল্ড নামৰ প্ৰতিষেধক অনা হৈছে। অহা ১৬ জানুৱাৰীত ৰাজ্যৰ গুৱাহাটী আৰু ডিব্ৰুগড়ত ৰাজ্যৰ
Read More...

আগন্তুক নিৰ্বাচনৰ বাবে বিজেপিৰ প্লেন সাজু

আগন্তুক নিৰ্বাচনৰ সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ উপস্থিতিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু বহুতো অসম বিজেপিৰ নেতা সকলৰ মাজত আগন্তুক নিৰ্বাচন সন্দৰ্ভত আলোচনা হয় । এই সভাৰ পিছত সংবাদমাধ্যমৰ আগত
Read More...

কন্যা সন্তানৰ পিতৃ-মাতৃ হ’ল অনুষ্কা-বিৰুষ্কা

মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে অভিনেত্ৰী অনুষ্কা শৰ্মাই। কন্যা সন্তানৰ পিতৃ-মাতৃ হ’ল বিৰুষ্কা। ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা অধিয়ানৰ বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই সতত সকলোৰে মাজত ব্যাপক চৰ্চা লাভ কৰি আহিছে। বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী
Read More...

আমেৰিকাৰ ৰাষ্ট্ৰপতিক পিছ পেলালে প্ৰধানমন্ত্ৰী মোদীয়ে

আমেৰিকাৰ হিংসাত্মক মূলক কাৰ্যৰ পিছত ৰাষ্ট্ৰপতি ড’ণাল্ড ট্ৰাম্পৰ টুইটাৰ একাউন্ট নিসিদ্ধ কৰিছিল টুইটাৰে। ইয়াৰ পিছতে টুইটাৰত বিশ্বৰ সৰ্বাধিক ফলোৱাৰ থকা ব্যক্তিৰ তালিকাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম প্ৰথম স্থানত অন্তৰ্ভূক্ত হয়।
Read More...

ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে এইবাৰ থিয় দিছে নিজ দলৰে শীৰ্ষ নেতৃত্ব

ট্ৰাম্পৰ দলৰ শীৰ্ষ নেতৃত্বই এইবাৰ থিয় দিছে ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে। আজি ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপন কৰা হ’ব মহাভিযোগ। ৪ জানুৱাৰী তাৰিখে আমেৰিকাৰ কেপিটেল হিল স্থিত সংসদ ভৱনত ট্ৰাম্পৰ সমৰ্থকে কৰা উদ্ভণ্ডালী আৰু মাৰপিটৰ পিছতে ট্ৰাম্পৰ
Read More...

অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ নিধি সমৰ্পণৰ গুৱাহাটী কাৰ্য্যালয় মুকলি

গুৱাহাটীৰ পল্টনবজাৰস্থিত কেশব ধামত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ প্ৰমুখ্যে আন আন সম ভাবাপন্ন ভাতৃ সংগঠনৰ শতাধিক প্ৰতিনিধিৰ উপস্থিতিত শ্ৰীৰাম মন্দিৰ নিৰ্মাণ নিধি সমৰ্পণ অভিযান সুচাৰুৰূপে পৰিচালনাৰ বাবে গুৱাহাটী কাৰ্য্যালয় কালি মুকলি কৰা হয়।
Read More...