Breaking

Browsing Category

উত্তৰ-পূৰ্বাঞ্চল

জ্ন্মু কাশ্মীৰত শ্বহীদ হোৱা সেনা জোৱান হৰধন ৰায়ৰ নিজ গৃহত উপস্থিত হৈ পৰিয়ালক চেক বিতৰণ মুখ্যমন্ত্ৰী…

 বিলাসীপাৰা, ২৫ নৱেম্বৰঃ ভাৰত আৰু পাকিস্তানৰ মাজত হৈ যোৱা সংঘৰ্ষত পাকিস্তানৰ আকষ্মিক  আক্ৰমণত ধুবুৰী জিলাৰ  বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত  ফুটুকীবাৰী মেধিপাৰাৰ কোচ ৰাজবংশী জাতিৰ গৌৰৱ হৰধন ৰায় দেশৰ হৈ নিজৰ প্ৰাণ আহুতি দিয়াত আজি নিজ গৃহত 
Read More...

তৰুণ গগৈৰ মৃত্যুত তিনিদিনীয়া শ্ৰদ্ধাঞ্জলি লাহোৱালত

মদাৰখাত, ২৫ নৱেম্বৰ : সদ্য প্ৰয়াত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত সমগ্ৰ অসম জুৰি শোক সভা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈ আছে। লাহোৱালতো বিভিন্ন দল-সংগঠনৰ লগতে প্ৰধান বিৰোধী দল কংগ্ৰেছৰ লাহোৱাল ব্লক সমিতি আৰু লাহোৱাল ব্লক যুৱ
Read More...

লুৰিনজ্যোতি গগৈয়ে চেপা খুন্দা পালে চাগে, সেয়ে ওলাই আহিল আছুৰ পৰা

দুলিয়াজানত অনুষ্ঠিত হৈ যায় সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশন  । সেই অধিৱেশনত সাংস্কৃতিক অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাই । দুলিয়াজানৰ পৰা গুৱাহাটীলৈ ওভতি কণ্ঠশিল্পী গৰাকীয়ে আছু সম্পৰ্কে মন্তব্য প্ৰকাশ কৰি কয় যে ‘‘সদৌ
Read More...

এইবাৰ ভাৰতীৰ স্বামীকো গ্ৰেপ্তাৰ কৰিলে NCB-এ

বলীউদৰ বহু কেইগৰাকী তাৰকা মাদক দ্ৰৱ্য সেৱন কৰাৰ তথ্য সংবাদ মাধ্যমৰ জড়িয়তে পোহৰলৈ অহাৰ পিছত বহুকেইজন তাৰকাক বৰ্তমান আৰক্ষীয়ে জেৰা কৰাৰ লগতে গ্ৰেপ্তাৰ কিৰিছে ।NCB-এ জনপ্ৰীয় কমেড়িয়ান ভাৰতী সিংৰ বাসগৃহত অভিযান চলাই তালাচীত ভাৰতীৰ ঘৰৰ পৰা
Read More...

কামৰূপ মহানগৰৰ নতুন জিলা পৰিবহণ বিষয়া গৌতম দাস

ৰাজ্যৰ কেবাখনো জিলাৰ জিলা পৰিবহন বিষয়াক বদলি কৰা হৈছে। গৌতম দাসক কামৰূপ মহানগৰৰ নতুন পৰিবহণ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে ।তাৰোপৰি পূৰ্বৰ কামৰূপৰ জিলাৰ পৰিবহন বিষয়া বাপন কলিতাক বদলি কৰা হৈছে মৰিগাঁৱলৈ। মাজুলীৰ জিলা পৰিবহণ বিষয়া
Read More...

বিজেপিত যোগদান বিশ্বজিৎ দৈমাৰী, ইমানুৱেল মুছাহাৰীৰ

আজি  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতি বিজেপি যোগদান কৰে বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰীয়ে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে দললৈ আদৰণি জনালে বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰীক।
Read More...

পুনৰ আছুৰ সভাপতি পদত দীপাংক নাথ

আছুৰ সভাপতি ৰূপে পুনৰ নিৰ্বাচিত হয় দীপাংক নাথ । ইয়াৰোপৰি সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছে শংকৰজ্যোতি বৰুৱা ।ইয়াৰ পূৰ্বে দুলীয়াজানৰ অন্তিম দিনাৰ অধিৱেশনত আছু ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল লুৰিণ জ্যোতি গগৈয়ে । কালি এই ঘোষণা কৰা হয়  
Read More...

দুপৰ নিশা হাস্পতালত উপস্থিত জুবিন গাৰ্গ, কিন্ত কিয় ?

কালিৰে পৰা অসমৰ প্ৰাক্তন মুন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ কোনো উন্নতি নাই । নিশা দুপৰলৈ গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ৰ চৌহদত ভিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ সহশ্ৰাধিক গুণমুগ্ধৰ।নিশা প্ৰায় ১ মান বজাত গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত
Read More...

পৰ্যটন মানচিত্ৰত নতুনকৈ সংযোজন হ’ল জামুগুৰিহাটৰ পানপুৰঘাট : পৰ্যটকৰ বাবে মুকলি হ’ল…

জামুগুৰিহাট,২১ নৱেম্বৰ : কাজিৰঙা বুলি ক’লে অথবা পৰ্যটনথলী বুলি ক’লে কহঁৰা, বাগৰী এই নাম দুটাই মানুহে শুনিছিল কিন্তু আজি কাজিৰঙাত নতুনকৈ সংযোজন হ’ল পৰ্যটলস্থলী পানপুৰ ৷ য’ত মোৰ পানপুৰক লৈ কৰা সপোন জড়িত হৈ আছিল ৷ ৮৫ চনৰ পিছত আমাৰ চৰকাৰৰ
Read More...

বিলাসীপাৰাত মহিলাৰ মাজত চিলাই মেচিন, ফিল্টাৰ বিতৰণ বিধায়ক অশোক কুমাৰ সিংহীৰ

নামনি অসমৰ ধুবুৰী জিলাৰ ২৭ নং পূৱ বিধান সভা সমষ্টিৰ দুখীয়া মহিলা সকলোৰ মাজত আজি চিলাই মেচিন, ফিল্টাৰ বিতৰণ কৰে বিজেপি দলৰ কৰ্মৰাজি বিধায়ক অশোক কুমাৰ সিংহীয়ে। সভা খনত ধুবুৰী জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানী, বিলাসীপাৰা মহকুমাধিপতি মৃদুল
Read More...