Browsing Category

গ্ৰাম্যৰ্থ

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মিত পথত ব্যাপক দুৰ্নীতি :: পেকেজ নং এ:এছ: ২৩-৩১৬ ৰ কাম…

ডিৰাক সীমান্ত : তিনিচুকীয়া জিলাৰ কাকপথাৰ উন্নয়ন খণ্ডৰ মাইথং গাঁও পঞ্চায়তৰ অন্তৰ্গত পূৰ্বৰ ৫২ নং (বৰ্তমান ১৫ নং) ৰাষ্ট্রীয় ঘাইপথ ঘাইপথৰ পৰা ১ নং সৰু ডিৰাক লৈ প্ৰকল্প পেকেজ নং এ:এছ: ২৩-৩১৬ ৰ আধাৰত ৩২৪.৫৫ লাখ টকা ব্যয়ৰে প্ৰধানমন্ত্ৰী
Read More...

বানে গৰকা বৰছলাত তীব্ৰ খাদ্য সংকটত ভুগিছে পশুকুল

দৈনন্দিন বাৰ্তা ডেস্ক : বানে গৰকা শোণিতপুৰৰ বৰছলাত এতিয়া গৰু, ম'হৰ নাজল-নাথল অৱস্থা৷ পশু খাদ্যৰ তীব্ৰ সংকট৷ পানী মেটেকা খুৱাই ৰাখিছে গৰু, ম'হক৷ খাদ্যৰ অভাৱত পশুধনৰ দূৰৱস্থা দেখি পশুধন পালক সকল চিন্তিত৷ পোৱা নাই চৰকাৰী পশু খাদ্য৷ কানসাৰ
Read More...

জৰাজীৰ্ণ বাঁহৰ দলঙে জীয়াতু ভোগাইছে গঞা ৰাইজক : ফুচকৰামুখত পকী দলং নিৰ্মাণৰ দাবী মন্ত্ৰী নৱ দলেক ।…

ঢকুৱাখনা : দেশে স্বাধীনতা লাভ কৰাৰ ৭৩ টা বছৰ অতিক্ৰম কৰাৰ পিছততো ঢকুৱাখনা বিধান সভা সমষ্টিৰ অন্তৰ্গত মৰনৈ গাঁও পঞ্চায়তৰ বাটচ'ৰা শিৱ মন্দিৰ তিনিআলিৰ পৰা মৰনৈ পমুৱা তিনিআলি সংযোগী গুৰুত্বপূৰ্ণ পথটোৰ ফুচকৰামুখত ন'হল চামপৰা নদী আৰু বলাহী জানৰ
Read More...

লকডাউনে সলনি কৰিছে বহুতৰে জীৱনৰ গতিপথ ৷ অসমীয়াৰ স্বাভিমানৰ প্ৰতীক ফুলাম গামোচাৰে তৈয়াৰী মাস্ক…

✍ দ্বীপেন শইকীয়া বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে দেশজুৰি অব্যাহত থকা তলাবন্ধৰ ফলত বহু ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীয়ে হতাশাত দিন অতিবাহিত কৰিছে ৷ যোবা ২৪ মাৰ্চৰ পৰা সমগ্ৰ দেশত অব্যাহত থকা তলাবন্ধৰ ফলত তীব্ৰ
Read More...

গেলেকীত দৈখনা নদীৰ বানৰ তাণ্ডৱ : কেইবাশ হেক্টৰ ভূমি বানৰ কবলত : কেইবাখনো গাওঁ প্লাৱিত ।

নাজিৰা : শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকীত বৰনৈৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তে কালি নিশাৰ ভাগৰ পৰা গেলেকী দৈখনা নদীৰ বানৰ তাণ্ডৱ অব্যাহত আছে।সীমান্তবৰ্তী অঞ্চলটোৰ নগা পাহাৰৰ পৰা ওলোৱা দৈখনা নদী জলপৃষ্ঠ তীব্ৰ গতিত
Read More...

পশুপালনৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে নগাঁৱৰ প্ৰশান্ত শৰ্মাই।

ননৈঃ "মন কৰিলেই ছন বাকৰি মাটিতেই ধন”-- এই কথাষাৰকে সাৰোগত কৰি নগাঁও জিলাৰ বঢ়মপুৰৰ কৰ্মদ্যোমী যুৱক প্ৰশান্ত কুমাৰ শৰ্মাই ওৰফে গনেশ আগবাঢ়ি গৈছে নিজৰ কৰ্মত ৷ যি সময়ত আমাৰ ৰাজ্যখনত ভয়াৱহ নিবনুৱা সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে সেই সময়তে
Read More...

স্বাস্থ্য সন্মত মাছৰ খুচুৰা বজাৰ ৰাইজৰ বাবে মুকলি কৰিলে বিধায়ক ৰূপক শৰ্মাই ।

নগাঁও : কৰ'না মহামাৰীৰ ভয়াবহতাৰ মাজতে নগাঁও সদৰ সমষ্টিত চৰকাৰৰ  উন্নয়ন মূলক আচঁনিৰ  কামকাজ অব্যাহত আছে ।   নগাঁও চহৰত ৰূপায়িত কেতবোৰ উন্নয়ন মূলক আচঁনিৰ লগতে শেহতীয়াকৈ হয়বৰগাঁও স্হিত মাছৰ খুচুৰা  বজাৰখন স্বাস্হ্য সন্মত ভাবে পুনৰ
Read More...

তাঁত শিল্পৰ জৰিয়তে অৰ্থনেতিক উন্নয়নৰ লক্ষ‍্য : হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ তৰফৰ পৰা তাঁত শাল…

কলিয়াবৰ : তাঁত শিল্প প্ৰাচীন গৌৰৱময় গ্ৰাম্য কুটিৰ শিল্প। অসমৰ জাতীয় শিল্প। অসমৰ প্ৰায় সকলো জাতি-জনজাতিয়ে তাঁতশালত কাপোৰ বয়। কৃষিৰ পিছতেই বয়ন শিল্পৰ দ্বিতীয় স্থান বুলি কওঁতে ভুল নহয়। মানুহে কথাতেই কয়, – মতাই বাব হাল, মাইকীয়ে বব শাল। অসমীয়া
Read More...

দৰঙৰ ভেৰুৱাত বান বিধ্বস্ত কৃষকৰ বাবে ১৫ বিঘা মাটিত অগ্ৰণী বহুমুখী কৃষি পাম সমিতিয়ে সিচিলে কঠিয়া ।

দৰঙৰ পৰা জয়দেৱ ডেকা: দৰঙৰ বানপীড়িত কৃষকে বানপানীৰ পিছত শালিধানৰ খেতি কৰিবলৈ আগতীয়াকৈ ব্যৱস্থা গ্ৰহন কৰিছে দৰং জিলা কৃষি বিভাগে৷ জিলাখনৰ পাথৰিঘাট মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ভেৰুৱা অঞ্চলৰ প্ৰায় ৫০ জনৰো অধিক শিক্ষিত যুৱক
Read More...

অসমৰ ক্ষুদ্ৰ কৃষকৰ দূৰাৱস্থা আৰু চৰকাৰৰ কৰণীয়

✍ গুনোজীৎ দাস অসম এখন কৃষি প্ৰধান ৰাজ্য। প্ৰাকৃতিক অনুকুল পৰিৱেশত বাৰিষা-খৰালি বিভিন্ন ধৰণৰ খেতি কৰা দেখিবলৈ পোৱা যায়। মুলতঃ ধান খেতি , বিভিন্ন শাক-পাচলিৰ খেতি আদিয়ে প্ৰধান। ইয়াৰ উপৰিও পশুপালন, মীন পালন আদিয়ে ৰাজ্যৰ
Read More...