Breaking

Browsing Category

গ্ৰাম্যৰ্থ

নেৰা -নেপেৰা বৰষুণৰ বাবে পথাৰতে পচিছে শস্য

এফালে নিতৌ প্ৰয়োজনীয় সামগ্ৰী আকাশলংঘী মূল্যবৃদ্ধিয়ে বাৰুকৈয়ে জুৰুলা কৰিছে ৰাজ্যবাসীক। আনফালে প্ৰকৃতিৰ ৰোষত কৃষক।যোৱা কিছু দিন ধৰি ৰাজ্যত হৈ থকা নেৰা -নেপেৰা বৰষুণৰ ফলত বিভিন্ন শস্যৰ ব্যাপক ক্ষতি হোৱা পৰিলক্ষিত হৈছে। অতিষ্ঠ হৈ পৰিছে ৰাইজ।
Read More...

স্বাধীনতা আন্দোলনৰ শ্বহীদ কমলা মিৰিৰ জন্ম গাঁওত পূৰ্ণাংগ প্ৰতিমূৰ্ত্তি উন্মোচন …..

বোকাখাত মহকুমাৰ অন্তৰ্গত ৰঙামাটি মৌজাৰ গোলোং টেমেৰাত অৱস্থিত শ্বহীদ কমলা মিৰি স্মৃতি উদ্যানত ভাৰত স্বাধীনতা সংগ্ৰামৰ আপোচহীন সংগ্ৰামী বীৰ শ্বহীদ কমলা মিৰিৰ স্মৃতি সুৰক্ষিত আৰু  যুগমীয়া কৰি ৰখাৰ স্বাৰ্থত মিচিং স্বায়ত্ত শাসিত পৰিষদে লৈছে
Read More...

মাণিকপুৰত নিহত হোৱা ছাগলীৰ মাংস বিক্ৰীৰ অভিযোগ ……

মাণিকপুৰৰ পাতিলাদহা বজাৰত ৰেলৰ খুন্দাত নিহত ছাগলীৰ মাংস বিক্ৰীৰ অভিযোগ তুলি তীব্ৰ উত্তেজনা। ঘটনাস্থলীত আৰক্ষীৰ উপস্থিতত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ। বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত
Read More...

গাঁতত পৰি প্ৰাণ গল চাৰি বছৰীয়া শিশুৰ….

তামাৰহাটত ঠিকাদাৰে খন্দা গাতত পৰি প্ৰাণ গল চাৰি বছৰীয়া শিশুৰ । ঘটনাক গাপ দিবলৈ উঠি পৰি লাগিছে এটা দালাল চক্ৰই ।স্বয়ম্ভূ ঠিকাদাৰৰ দায়িত্ব জ্ঞানহীন কাণ্ডৰ বাবে প্ৰাণ গল এটি চাৰি বছৰীয়া শিশুৰ । ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত
Read More...

লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ ৩ দিনীয়া শিক্ষক প্ৰশিক্ষণ সুকলমে সম্পন্ন……

মৰিগাঁও জিলাৰ লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ ২০২২ -২০২৩  শিক্ষা বৰ্ষৰ বাবে শিক্ষক -শিক্ষয়িত্ৰীসকলৰ ৩ দিনীয়া শিক্ষক -প্ৰশিক্ষণৰ কাৰ্য্যসূচী সুকলমে সম্পন্ন হয়। ৭ এপ্রিলৰ পৰা অনুষ্ঠিত হোৱা শিক্ষক প্ৰশিক্ষণ কাৰ্য্যসূচীৰ উদ্বোধন
Read More...

সোণৰ কণী পৰা হাঁহলৈ পৰিণত  মিচিং স্বায়ত্ব শাসিত পৰিষদ ,একাংশ ঠিকাদাৰ আৰু জনপ্ৰতিনিধিৰ বাবে::

চৰকাৰৰ প্ৰতিটো বিভাগ নিকা আৰু স্বচ্ছ প্ৰশাসনেৰে দুৰ্নীতি মুক্ত অসম গঢ়াৰ লক্ষ্যৰে দিন-ৰাতিক একাষৰীয়া কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনতাৰ হিতে কাম কৰি থকাৰ মাজতে অনিয়ম-অনীতিয়ে ছানি ধৰিছে মিচিং স্বায়ত্ব শাসিত পৰিষদ চমুকৈ
Read More...

তামুলপুৰত বিশেষভাৱে সক্ষম শিশুৰ বাবে যোগ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

তামুলপুৰ জিলা সদৰৰ তামুলপুৰ পূৰণ চকত আজি এটি যোগ কেন্দ্ৰ মুকলি কৰা হয়।যোগকেন্দ্ৰটো এক মাংগলিক পৰিৱেশত আনুষ্ঠানিক ভাৱে মুকলি কৰে তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰীয়ে।বাল ভাৰতী শৈক্ষিক ন্যাস ৰ উদোগত ৰাষ্ট্ৰীয় আয়ুস অভিযানৰ অধীনত জীৱধাৰা
Read More...

জনপ্ৰতিনিধি-চৰকাৰৰ বঞ্চনাঃ ৰিজ’লোচন একাডেমীয়ে মেৰামতি কৰিলে জৰাজীৰ্ণ পথ

চৰকাৰ আৰু জনপ্ৰতিনিধিৰ বঞ্চনা আৰু প্ৰতাৰণাই ধেমাজি জিলাৰ গোগামুখবাসীক অতিষ্ঠ কৰি তুলিছে ৷ খেনোক দেখি ৰন্ধা-বঢ়া, খেনোক দেখি দুৱাৰ বন্ধা চৰকাৰ আৰু জনপ্ৰতিনিধি সমূহৰ নীতিৰ বাবে বহু শিক্ষানুষ্ঠান, ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ প্ৰাপ্ত অধিকাৰৰ পৰা
Read More...

ৰঙিয়াৰ কোঠৰা উচ্চ মাধ্যমিক বিদ্যালয়ত বিদ্যাৰম্ভ উৎসৱ

চৰকাৰে জাৰি কৰা সকলো নীতি নিৰ্দেশনা পালন কৰি ৰঙিয়াৰ কোঠৰা উচ্চ মাধ্যমিক আৰু শ্বহীদ সুনন্দ শালৈ মধ্য ইংৰাজী বিদ্যালয়ত আজিৰে পৰা বিদ্যাৰম্ভ উৎসৱ পালন কৰা হয়। সেই হিচাপে আজি পুৱা বিদ্যালয়ৰ ছাত্র ছাত্ৰী, শিক্ষক কৰ্মচাৰী আৰু অভিভাৱক সকলে
Read More...

গোৱালপাৰাৰ খেৰোপাৰাত ছাত্ৰ নিৰুদ্দেশ

গোৱালপাৰা জিলাৰ শিমলীতোলা আৰক্ষী চকীৰ অন্তৰ্গত খেৰোপাৰাত এগৰাকী ছাত্ৰ নিৰুদ্দেশ হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে গাঁওখনৰ মাহালম শ্বেইখৰ পুত্ৰ মনিৰুল ইছলাম (১৮) যোৱা ২৯ মাৰ্চৰ নিশাৰ পৰা নিৰুদ্দেশ হৈ থকাত পৰিয়ালৰ মাজত
Read More...