Breaking

এইবাৰ জোনমণি ঘটনাক লৈ SP লীনা দলেক CBI জেৰা!সামাজিক মাধ্যমত চৰ্চা

0 214

জোনমণি ঘটনাক লৈ লীনা দলেক CBI য়ে জেৰা চলোৱা বুলি সামাজিক মাধ্যমত প্ৰচাৰ৷

সামাজিক মাধ্যমত চলা চৰ্চা অনুসৰি, গুৱাহাটীলৈ আনি গোপন স্থানত জেৰা চলাইছে CBIয়ে৷

লগতে জেৰাৰ সন্মুখীন হোৱা বুলি প্ৰচাৰ ৰুনা নেওগ আৰু ৰূপজ্যোতি কলিতা৷

উল্লেখ্য যে জোনমণিৰ মাতৃৰ এজাহাৰত উল্লেখ আছিল লীনা দলেৰ নাম৷

জোনমণি ৰাভাৰ মৃত্যুৰ সময়ত নগাঁৱৰ SP আছিল লীনা দলে৷

লীনা দলে জোনমণিৰ মৃত্যু পিছতেই হাইকান্দিলৈ বদলি হৈছিল৷

চৰ্চা অনুসৰি, গুৱাহাটীৰ এটা গেষ্ট হাউচত লীনা দলেক জেৰা চলোৱা হৈছে৷

Leave A Reply