Breaking

কেন্দ্ৰীয় কেবিনেটৰ বৃহৎ সিদ্ধান্ত

0 65

বুধবাৰে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বহা কেন্দ্ৰীয় কেবিনেটে লয় কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কৃষি আইন প্ৰত্যাহাৰৰ সিদ্ধান্তক অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ।

কেন্দ্ৰীয় কেবিনেটৰ অন্য এক বৃহৎ সিদ্ধান্ত, দেশৰ ৮০ কোটি পৰিয়ালক “গৰীৱ কল্যান অন্ন যোজনা” অধীনত দিয়া বিনামূলীয়া ৰেচন অব্যাহত থাকিব।

২০২২ চনৰ মাৰ্চ পৰ্যন্ত অব্যাহত থাকিব এই বিনামূলীয়া ৰেচন। এই আচঁনিৰ অধীনত এতিয়ালৈ ২ লাখ ৭ হাজাৰ কোটি টকা খৰচ কৰিছে কেন্দ্ৰই।

Leave A Reply