Breaking

ঝাৰখণ্ডত ফ্ল’ৰ টেষ্টৰ সন্মুখীন হ’ব চম্পাই ছ’ৰেন চৰকাৰ…

0 26

ঝাৰখণ্ডৰ ৰাজনীতিঃ আজি ফ্লৰটেষ্টৰ সন্মুখীন হ’ব ঝাৰখণ্ডৰ নতুন চৰকাৰ।

JMM মিত্ৰজোঁটৰ ৪৮গৰাকী বিধায়কে নিৰ্ণয় কৰিব ছোৰেনৰ ভাগ্য।

বিধানসভাত মুখ্যমন্ত্ৰী চাম্পাই ছোৰেনে প্ৰমাণ কৰিব লাগিব সংখ্যাগৰিষ্ঠতা।

চৰকাৰক প্ৰয়োজন ৪১টা ভোট; হায়দৰাবাদ ৰিজৰ্টৰ পৰা আহিছে শাসকীয় মিত্ৰজোঁটৰ ৩৯জন বিধায়ক; দলৰ পিতৃপুৰুষ শ্বিবু ছ’ৰেনৰ হস্তক্ষেপৰ পিছত চৰ্তসাপেক্ষ সমৰ্থন আগবঢ়াইছে বিদ্ৰোহী জেএমএমৰ বিধায়ক লবিন হেমব্ৰমে।

আজি অনুষ্ঠিত হ’বলগীয়া ঝাৰখণ্ড বিধানসভাত নতুন মুখ্যমন্ত্ৰী চম্পাই ছ’ৰেনৰ গুৰুত্বপূৰ্ণ মজিয়া পৰীক্ষাৰ বাবে দেওবাৰে হায়দৰাবাদৰ পৰা ৰাঁচীলৈ উভতি আহে ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতৃত্বাধীন শাসকীয় মিত্ৰজোঁটৰ বিধায়কসকল।

Leave A Reply