Breaking

আস্থা ভোটত জয় লাভ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী চম্পাই ছোৰেনৰ…

0 27

আস্থা ভোটত জয় লাভ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী চম্পাই ছোৰেনৰ। সোমবাৰে ঝাৰখণ্ড বিধান সভাত ট্ৰাষ্ট ভোট গ্ৰহণত প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে অংশগ্ৰহণ কৰে। চৰকাৰৰ পক্ষত ৪৭টা, বিৰোধী ২৯টা ভোট। ৮১ জনীয়া বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে জেএমএম মিত্ৰজোঁটৰ প্ৰয়োজন আছিল ৪১ জন বিধায়কৰ সমৰ্থন। নিৰ্বাচনত অধিক বিধায়কৰ সমৰ্থন পোৱা যায়। ফলত চম্পাই সোৰেন মুখ্যমন্ত্ৰী হিচাপে থাকি গ’ল।

৮১ জনীয়া ঝাৰখণ্ড বিধানসভাত জয়ৰ যাদুকৰী সংখ্যা ৪১। সংখ্যাগৰিষ্ঠতাৰ বাবে ৪১ জন বিধায়কৰ সমর্থন প্রয়োজন৷ আস্থা ভোটত চম্পাই ছ’ৰেনৰ সপক্ষে ৪৭টা ভোট। বিধানসভাত আস্থা ভোটৰ বিপৰীতে ২৯টা ভোট। ঝাৰখণ্ড চৰকাৰৰ চালকৰ আসনত থাকি গ’ল প্ৰবীণ নেতা চম্পাই সোৰেন।

Leave A Reply