July 18, 2024 উত্তৰ প্ৰদেশৰ গোণ্ডাত চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত… Share FacebookTwitterWhatsAppTelegramKooEmail উত্তৰ প্ৰদেশৰ গোণ্ডাত চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত। ১৫৯০৪ নম্বৰ ডিব্ৰুগড় এক্সপ্ৰেছ ৰে’লখনৰ দুৰ্ঘটনাত কেইবাজনো লোক আহত। লাইনচ্যুত হৈ বাগৰিল দুটাকৈ ডবা। Author: দৈনন্দিন বাৰ্তা Related Articles ইউৰোপত ভাৰতৰ সৰ্ববৃহৎ ৰপ্তানি গন্তব্যস্থানৰ অন্যতম নেডাৰলেণ্ড দৈনন্দিন বাৰ্তা - May 17, 2026 বিধানসভাৰ প্ৰ’টেম অধ্যক্ষৰ শপতগ্রহণ… দৈনন্দিন বাৰ্তা - May 15, 2026 NEET-UG পৰীক্ষাৰ নতুন দিন ঘোষণা দৈনন্দিন বাৰ্তা - May 15, 2026