Breaking

চিন্তন শিবিৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সদগুৰু …

0 51

এক আধ্যাত্মিক পৰিৱেশৰ মাজত সদগুৰুৰ সৈতে দেখা গল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। আজিৰে পৰা কাজিৰঙাত আৰম্ভ হৈছে তিনিদিনীয়া চিন্তন শিবিৰ। বিশিষ্ট আধ্যাত্মিক গুৰুগৰাকীৰ সৈতে আনুষ্ঠানিক প্ৰদীপ প্ৰজ্বলন কৰি শিবিৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে , সদগুৰু ডাঙৰীয়াৰ উপদেশ, দিহা-পৰামৰ্শ আৰু প্ৰজ্ঞাই ২০২৬ চনৰ ভিতৰত অসমৰ সামগ্ৰিক উন্নয়নৰ ৰোডমেপ প্ৰস্তুত কৰাত চিন্তন শিবিৰক অপৰিসীম সহায় কৰিব। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কেবিনেট মন্ত্ৰীসকলৰ লগতে অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।

Leave A Reply