Breaking

জালুকবাৰীৰ দূৰ্গা পূজাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

0 585

দিনজোৰা কাৰ্য্যসূচীৰে পূজা চালে মুখ্যমন্ত্ৰীয়ে।জালুকবাৰী সমষ্টিৰ দূৰ্গা পূজাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা।উত্তৰ গুৱাহাটীৰ উত্তৰাঞ্চল বাৰোৱাৰী দুৰ্গাপূজা, মধ্যমখণ্ড বাৰোৱাৰী দূৰ্গা পূজা, ৰংমহল দূৰ্গা পূজাত দেৱীৰ শ্ৰীচৰনত আশীষ ল’লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।পূজাৰ বতৰত আপোন মানুহখিনিৰ খবৰ লবলৈ সাত-কাম কাতি কৰি গৃহ সমষ্টিত মুখ্যমন্ত্ৰীক মণ্ডপে মণ্ডপে এইদৰে দেখা গ’ল।ন-সাজ পৰিধান কৰি মুখ্যমন্ত্ৰীৰ লগত চেল্ফি ল’বলৈ হেতাওপৰা উত্তৰ গুৱাহাটীবাসীৰ।

মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ লগতে কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীআৰু আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে।

Leave A Reply