Breaking

এছিয়ান টাইকোৱানডো চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক অৰ্জন কৰা খেলুৱৈ ৰ’দালি বৰুৱাক আন্তৰিক অভিনন্দন জ্ঞাপন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ…

0 24

অসম কন্যা ৰ”দালি বৰুৱাই ভিয়েটনামত অনুষ্ঠিত ‘এছিয়ান টাইকোৱানডো চেম্পিয়নশ্বিপ-২০২৪’ত ব্ৰঞ্জ জিনি নিজৰ নামৰ লগতে ৰাজ্যলৈ সুনাম কঢ়িয়াই অনা বাবে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ক্ৰীড়াবিদগৰাকীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে ৷ মহিলাৰ ৭৩ কেজি শাখাত ব্ৰঞ্জৰ পদক জয় কৰা

খেলুৱৈগৰাকীৰ অধিক আলোকিত ভৱিষ্যতৰ বাবে মুখ্যমন্ত্ৰীয়ে আশা ব্যক্ত কৰে ৷

Leave A Reply