Breaking

সীমান্ত সমস্যা সমাধানৰ বাবে মিজোৰামৰ মুখ্যমন্ত্ৰীৰ সৈতে নতুন দিল্লীত বৈঠক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

0 552

মিজোৰামৰ সৈতে দীৰ্ঘদিনীয়া সীমান্ত সমস্যা সমাধানৰ বাবে নতুন দিল্লীৰ অসম সদনত মুখ্যমন্ত্ৰী জোৰামথাংগাজীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। লগতে ৯ আগষ্টত আইজলত অনুষ্ঠিত মন্ত্ৰী পৰ্যায়ৰ আলোচনাৰ পৰ্যালোচনাও কৰে।


সমস্যাটো আলোচনা আৰু সমাধানৰ বাবে এখন আঞ্চলিক সমিতি গঠন কৰাৰ প্ৰক্ৰিয়াত আছোঁ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

Leave A Reply