Breaking

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে এক বৈঠকত অংশগ্ৰহণ…

0 20

ৰাজ্যিক পৰ্যায়ৰ খেল মহাৰণৰ তাৰিখ চূড়ান্ত কৰাৰ লগতে অন্যান্য দিশ সম্পৰ্কে আলোচনা কৰাৰ উদ্দেশ্যে লোকসেৱা ভৱনত

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে এক বৈঠকত অংশগ্ৰহণ কৰে।

প্ৰতিযোগিতাসমূহ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি হাতত লোৱাৰ উপৰি খেল অনুষ্ঠিত হ’বলগীয়া জিলাকেইখনত খেলুৱৈসকলৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰিবলৈ জিলা আয়ুক্তসকলক মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ প্ৰদান কৰে।

Leave A Reply