Breaking

জন্মদিন উপলক্ষে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক উপহাৰ দিলে এটি শাক-পাচলিৰ টোপোলা

0 86

আজি ৰাজ্যৰ মুখ্য়মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন। বিভিন্নজনৰ শুভকামনাৰ লগতে বিভিন্ন উপহাৰ।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক জন্মদিন উপলক্ষে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা খেতিডৰাৰ পৰা ব্ৰকলি, ফুলকবি, বন্ধাকবি, মূলা, পালেং, ধনিয়া, ৰহদৈ আদি শাক-পাচলিৰ এটি টোপোলা উপহাৰ হিচাবে দিয়ে।

Leave A Reply