Breaking

গোঁসাইগাঁও সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ অকাল বিয়োগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ শোক প্ৰকাশ।

0 2,041

গোঁসাইগাঁও সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ অকাল বিয়োগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ শোক প্ৰকাশ।অসমবাসীয়ে এগৰাকী নিষ্ঠাৱান ৰাজনীতিবিদক হেৰুৱালেঃ মুখ্যমন্ত্ৰী

প্ৰয়াত বিধায়কগৰাকীৰ স্বৰ্গগত আত্মাৰ সদগতি কামনাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ।

Leave A Reply