Breaking

চতিয়াত নাগশংকৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ক্ৰীড়া ষ্টেডিয়াম উদ্ধোধন

0 1,221

চতিয়া বিধানসভা সমষ্টিৰ অন্তর্গত নাগশংকৰত আজি এখন ক্রীড়া ষ্টেডিয়ামৰ শুভ উদ্বোধন কৰে মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে সতীৰ্থ মন্ত্ৰী শ্রীপীযুষ হাজৰিকা, সাংসদ শ্রীপল্লৱ লোচন দাস বিধায়ক ক্ৰমে শ্রীপদ্ম হাজৰিকা, শ্রীপ্ৰমোদ বৰঠাকুৰ, শ্রীপৃথ্বিৰাজ ৰাভা, শ্রীকৃষ্ণকমল তাঁতী আৰু শ্রীগণেশ লিম্বু উপস্থিত থাকে৷ষ্টেডিয়ামখন ২০১৮-১৯ বৰ্ষৰ এক ছিগনেচাৰ প্ৰকল্পৰ অধীনত ১০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰিও মুখ্য মন্ত্ৰীয়ে ভাষণত এই ষ্টেডিয়ামৰ কাষতে এখন ইনড’ৰ ষ্টেডিয়াম আৰু ছুইমিং পুল নিৰ্মাণৰ বাবেও ১০ কোটি টকা প্রদানৰ প্রতিশ্রুতি প্ৰদান কৰে

Leave A Reply