Breaking

৩০০ মেগাৱাট বিদ্যুৎ আবণ্টন বিচাৰি কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

0 43

লোডশ্বেডিঙত অতিষ্ঠ ৰাজ্যবাসী৷ প্ৰচণ্ড গৰম কিম্বা প্ৰয়োজনীয় সময়ত বিদ্যুৎ উপলব্ধ নোহোৱাত চৰকাৰৰ প্ৰতি ক্ষোভ জনতাৰ।

ইয়াৰ মাজতেই বিদ্যুতৰ চাহিদা সন্দৰ্ভত কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙৰ সৈতে বিশেষ আলোচনাত বহিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷

মুখ্যমন্ত্ৰীগৰাকীয়ে ৩০০ মেগাৱাট বিদ্যুৎ আবণ্টন বিচাৰি কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙক সাক্ষাৎ কৰে।

কেন্দ্ৰীয় শক্তি মন্ত্ৰীগৰকীয়ে এই সন্দৰ্ভত বিচাৰ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীক আশ্বাস দিয়ে ৷

Leave A Reply