Breaking

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ সংবাদমেল, কি ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে ?

0 2,120

আজি বিজুলি ভৱনত শক্তি বিভাগৰ মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াবর্গৰে দুঘণ্টাজোৰা বৈঠকত মিলিত হ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা। বৈঠকৰ অন্তত এখন সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সংবাদমেলত কেইবাটাও গুৰুত্বপূর্ণ মন্তব্য কৰে হিমন্ত বিশ্ব শর্মাই।

১. তিনিওটা শক্তি কোম্পানী ক্ৰমে APDCL, APGCL আৰু AEGCLৰ হেৰাই যোৱা ৰাজহ পুনৰুদ্ধাৰ কৰাৰ পৰিকল্পনা।

২. বিদ্যুৎ চুৰীৰ ক্ষেত্ৰত কঠোৰ হ’ব চৰকাৰ।

৩. বিদ্যুৎ চুৰী কৰাসকলৰ বাবে সর্বসাধাৰণ ৰাইজে যাতে বিদ্যুতৰ বিল অধিক বহন কৰিব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখিব চৰকাৰে।

৪. এটা বৃহৎ কোম্পানীয়ে দিয়া GST আৰু ব্যৱহাৰ কৰা বিদ্যুতৰ তাৰতম্য কিমান, সেয়া পৰীক্ষা কৰা হ’ব।

৫. গুজৰাটৰ শক্তি বিতৰণৰ আর্হিক অসমত প্ৰয়োগ কৰি শক্তি কিদৰে বচাব পাৰি, সেই সন্দর্ভত শক্তি বিভাগৰে হ’ব ভিডিঅ’ কনফাৰেন্স।

Leave A Reply