Breaking

হেলিকপ্টাৰত উঠাৰ সময়তে উজুতি খাই পৰি আঘাতপ্ৰাপ্ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী…

0 11

আঘাতপ্ৰাপ্ত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী৷

হেলিকপ্টাৰত উঠাৰ সময়তে উজুতি খাই পৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী৷

বাগদোগৰা বিমানবন্দৰত এই ঘটনা সংঘটিত হয়৷


হেলিকপ্টাৰত উঠাৰ সময়তে উজুতি খাই পৰে মুখ্যমন্ত্ৰীগৰাকী।


আঁঠুত সামান্য আঘাত পাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Leave A Reply