বজালীবাসীৰ এক দিৰ্ঘদিনীয়া দাবীৰ প্ৰতি সহাৰি জনায় সৰ্ৱানন্দ সণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ খনে সোমবাৰে অানুষ্ঠানিক ভাবে বজালী মহকুমাক জিলালৈ ৰূপান্তৰিত কৰিলে।বজালী উচ্চতৰ মাধ্যমিক খেল পথাৰত অনুষ্ঠিত অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্ৱানন্দ সণোৱালে অানুষ্ঠানিক ভাবে শুভৰাম্ভ কৰে বজালী জিলাৰ অনুস্থানটোত মুখ্য মন্ত্ৰীৰ সৈতে উপস্থিত থাকে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ ৰণজিৎ দাস,মুখ্য মুখ পাত্ৰ ৰূপম গোস্বামী। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে নিজৰ ভাষণত সৰুক্ষেত্ৰী সমষ্টিৰ ৩২ খন গাঁও বজালী জিলাত অন্তৰ্ভুক্ত কৰাৰ বাবে আহ্বান জনায় কিছু দিন পূৰ্বে নিযুক্তি দিয়া উপায়ুক্ত অাৰু অাৰক্ষী অধীক্ষকৰ হাতত বজালী জিলাৰ দায়িত্ব অৰ্পণ কৰে মুখ্য মন্ত্ৰী সোণোৱালে।লগতে পাঠশালাক নিম নগৰী হিচাপে ঘোষণা কৰাৰ লগতে ৪.৬৮ কৌটি টকা ব্যয় সাপেক্ষে পাঠশালা স্থাপন হবলগীয়া দুগ্ধ সংসাধন উদ্যোগৰ নিৰ্মাণ কাৰ্য্যত অাধাৰশিলা স্থাপন কৰে মুখ্য মন্ত্ৰীয়ে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কামৰূপ মহানগৰ জিলা আয়ুক্ত হিচাপে সুমিত ছাত্তাৱানৰ যোগদান
- ডিমৌত অবৈধ ভূমি খননৰ বিৰুদ্ধে ডিমৌ ৰাজহ চক্রৰ কাৰ্য্যালয়ৰ সন্মুখত আদিবাসী ছাত্র সন্থাৰ অৱস্থান ধৰ্মঘট
- টংলাত পথ আৰু নলা উন্নয়নৰ দাবীত বিজুলীনগৰবাসীৰ বিক্ষোভ
- নাইজেৰিয়াত আৱদ্ধ টংলাৰ যুৱক মেঘজ্যোতি চহৰীয়াক উদ্ধাৰ
- ‘ঘৰত বহি আয় কৰক’ বিজ্ঞাপনত প্ৰতাৰণা; ১০০ত কৈও অধিক ৱেবছাইট ইতিমধ্যে নিষিদ্ধ কৰিলে কেন্দ্ৰই
- ভাৰত চৰকাৰৰ ‘সকলোৰে বাবে আবাস গৃহ’ আঁচনি; বঙাইগাঁও জিলাত বিগত ২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা বৰ্তমানলৈকে ৬০,৭০৬ টা প্ৰধান মন্ত্ৰী গ্ৰামীণ আবাস যোজনাৰ গৃহৰ অনুমোদন
- অৰণ্যমানৱ-পদ্মশ্ৰী যাদৱ পায়েং আৰু বিধায়ক পদ্ম হাজৰিকাক লগত লৈ মৰঙিত হাতী-মানুহৰ সংঘাতৰ সমাধান সূত্ৰৰ সন্ধান খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ
- পাটাছাৰকুছি ৰাস মহোৎসৱৰ স্মৃতিগ্ৰন্থ ‘মধুবন’ উন্মোচন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ
- বাবৰি মছজিদ ধ্বংসৰ ৩১ বছৰ সম্পূৰ্ণ ! ১৮৫৩ চনৰ পৰা আৰম্ভ হোৱা বিবাদৰ ইতিহাস…
- মনত পৰে ৰং-বিৰঙী গ্ৰেটিংছ কাৰ্ডবোৰলৈ