Breaking

জ্ন্মু কাশ্মীৰত শ্বহীদ হোৱা সেনা জোৱান হৰধন ৰায়ৰ নিজ গৃহত উপস্থিত হৈ পৰিয়ালক চেক বিতৰণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

0 1,033

 বিলাসীপাৰা, ২৫ নৱেম্বৰঃ ভাৰত আৰু পাকিস্তানৰ মাজত হৈ যোৱা সংঘৰ্ষত পাকিস্তানৰ আকষ্মিক  আক্ৰমণত ধুবুৰী জিলাৰ  বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত  ফুটুকীবাৰী মেধিপাৰাৰ কোচ ৰাজবংশী জাতিৰ গৌৰৱ হৰধন ৰায় দেশৰ হৈ নিজৰ প্ৰাণ আহুতি দিয়াত আজি নিজ গৃহত  উপস্থিত হৈ পৰিয়ালৰ লোকক ২০ লাখ টকাৰ এখন চেক বিতৰণ কৰে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । আৰু লগতে তেওঁৰ বিদ্ৰোহী আত্মাক শ্ৰদ্ধাঞ্জলি জ্ঞাঁপন কৰে, মুখ্যমন্ত্ৰী গৰাকীয়ে। ইয়াৰ উপৰিও লগতে আত্মীয় স্বজন  বিভিন্ন দল সংগঠন,নেতা পালি নেতাই তেওঁৰ বিদ্ৰোহী আত্মাক শ্ৰদ্ধাঞ্জলি জ্ঞাঁপন কৰা বুলি জানিব পৰা গৈছে।। 

Leave A Reply