Breaking

কৰ্ণাটকৰ ছয় কোটিতকৈ অধিক জনতাৰ আকাংক্ষা পূৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই…

0 78

আজি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই কংগ্ৰেছৰ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক সাক্ষাৎ কৰি ৰাজ্যৰ লগত জড়িত বিভিন্ন বিষয়ত আলোচনা কৰে।

প্ৰথমখন কেবিনেট বৈঠকত পাঁচটা নিশ্চয়তাৰ প্ৰতিশ্ৰুতি পূৰণ কৰা কংগ্ৰেছ চৰকাৰে কৰ্ণাটকৰ প্ৰায় ছয় কোটি জনসাধাৰণৰ প্ৰতিটো আকাংক্ষা পূৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰে নৱ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই।

Leave A Reply