Breaking

অসম চাহ নিগমৰ অধ্যক্ষ অমিয় কুমাৰ বৰাক চুতীয়া যুৱ সন্মিলনৰ সম্বৰ্ধনা

0 2,133

‘চুতীয়া যুৱ সন্মিলন, অসম’ৰ নৱগঠিত কেন্দ্ৰীয় সমিতিৰ সতীৰ্থসকলে অসম চাহ নিগমৰ অধ্যক্ষ, সদৌ চুতীয়া জাতি সন্মিলনৰ সভাপতি অমিয় কুমাৰ বৰাক গোলাঘাটস্থিত বাসগৃহত উপস্থিত হৈ তেখেতক সম্বৰ্ধনা জনোৱাৰ লগতে এক সৌজন্যমুলক সাক্ষাৎ কৰে।

উক্ত কাৰ্যসূচীত চুতীয়া যুৱ সন্মিলনৰ নৱগঠিত কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা পৰাগ শইকীয়া, সভাপতি সীমান্ত শ‌ইকীয়া আৰু সাধাৰণ সম্পাদক শ্যামল জ্যোতি বৰা প্ৰমুখ্যে নৱগঠিত সমিতিখনৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

Leave A Reply