Breaking

গুৱাহাটী বিমানবন্দৰত CISF RaisingDay উদযাপন

0 88

শুকুৰবাৰে গুৱাহাটী বিমানবন্দৰত CISF RSISING DAY অতি উদ্যমেৰে উদযাপন কৰা হয়।

অনুষ্ঠানটোৰ আৰম্ভণিতে আনুষ্ঠানিক পেৰেড অনুষ্ঠিত হয়, চি.আই.এছ.এফ ৰ কৰ্মীসকলক তেওঁলোকৰ অমূল্য সেৱা আৰু সততা আৰু নিষ্ঠাৰ বাবে নিৰ্বাচিত সদস্যসকলক গৃহ মন্ত্ৰালয়ে ‘আতি-উৎকৃষ্ট সেৱা পদক’ৰ সৈতে সম্বৰ্ধনা জনায়৷

লগতে আজিৰ এই অনুষ্ঠানটোত উপস্থিত থাকে CASO লালমোন ঠাকুৰৰ লগতে আদানি গ্ৰুপৰ CAO উৎপল বাদল বৰুৱা৷

Leave A Reply