‘We Have Done It…’
‘ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰি দিলে।’
‘আমি হাৰ মানা নাই আৰু নামানো।’
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে অভিজিত দীপকৰে প্ৰথমটো প্ৰতিক্ৰিয়া।
‘ককৰোচে কেতিয়াও হাৰ নামানে।’
‘কেৱল শিক্ষামন্ত্ৰীৰ পদত্যাগ নহয়’
‘আমাৰ অন্য দুটা দাবী চৰকাৰে মানি নোলোৱালৈ আমি স্তব্ধ নহও’।
‘যিসকল শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিলে তেওঁলোকৰ পৰিয়ালক ১ কোটি টকাৰ ক্ষতিপূৰণ দিব লাগিব।’
‘দ্বিতীয়তে, ২০ তাৰিখে যিসকল আৰক্ষী বিষয়াই গুণ্ডাগিৰি কৰিছিল, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।’
শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছতে অভিজিৎ দীপকেৰ তীব্ৰ হুংকাৰ।

