Breaking

ধেমাজি বালিকা মহাবিদ্যালয়ৰ এন এচ এচৰ ৰাষ্ট্ৰীয় সেৱা আচঁনিৰ উদ্যোগত ক্লীন ইণ্ডিয়া কেম্পেইন

0 2,029

ধেমাজি বালিকা মহাবিদ্যালয়ৰ এন এচ এচৰ ৰাষ্ট্ৰীয় সেৱা আচঁনিৰ উদ্যোগত বালিকা মহাবিদ্যালয়ৰ স্বেচ্ছাসেৱী সকলে যোৱা কালি পৰা ধেমাজি তিনিআলিৰ পৰা বালিকা মহাবিদ্যালয়লৈকে প্ৰায় ডেৰ কিলোমিটাৰ বাটচৰা বালিকা মহাবিদ্যালয়ৰ স্বেচ্ছাসেৱীসকলে সম্পূৰ্ণ চাফা কৰি আজি ধেমাজি তিনিআলিৰ পৰা চাৰিআলিলৈকে চাফ চিকুণ কৰা হ’ব বুলি জনায়।৩১ তাৰিখলৈকে বেতনীপাম গাওঁ আৰু বালিকা মহাবিদ্যালয়ৰ ওচৰে পাজৰে চাফা কৰা হ’ব বুলি জনায়। প্ৰতিদিনে পুৱাই ধেমাজি বালিকা মহাবিদ্যালয়ৰ স্বেচ্ছাসেৱী সকলে চাফচিকুণ কৰি এক সুন্দৰ পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যৰে লোৱা কাৰ্য্যক এতিয়া সকলোৱে সহযোগিতা আগবঢ়াইছে।

Leave A Reply