Colombia Earthquake: বিধ্বংসী ভূমিকম্পই তচনচ কৰিলে কলম্বিয়াঃ প্ৰবল ভূমিকম্পত মৃতকৰ সংখ্যা ১৪৭লৈ বৃদ্ধি

কলম্বিয়াত ৭.৪ প্ৰাৱল্যৰ ভয়াৱহ ভূমিকম্প।(Colombia Earthquake)

৭.৪ প্ৰাৱল্যৰ ভয়াৱহ ভূমিকম্পই ব্যাপক ক্ষতি সাধন কৰিলে কলম্বিয়াত।

বৰভূঁইকঁপত আহত হৈছে শতাধিক লোক।

দেশখনত জৰুৰীকালীন অৱস্থা ঘোষণা।

ভূমিকম্পত ক্ষতিগ্ৰস্ত ১৬০০ৰো অধিক ঘৰ।

৬১টাৰো অধিক অট্টালিকা ক্ষতিগ্ৰস্ত।

বিমান বন্দৰ ক্ষতিগ্ৰস্ত হোৱাত বিমানৰ উৰণ-অৱতৰণ বাতিল।

মুহূৰ্তৰ ভিতৰতে ভাগি পৰিল বহু সু উচ্চ অট্টালিকা।

তচনচ হ’ল বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্যালয়, বাণিজ্যকেন্দ্ৰ, হাস্পতাল আদি।

এই মুহূৰ্তলৈকে মৃত্যু হৈছে ১৪৭ জন লোকৰ।

আহত হৈছে ৮৭ জন লোক

আপোনজনক হেৰুৱাই একাংশৰ হাহাকাৰ অৱস্থা ।

Related Articles