Breaking

প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ

0 531

প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ।উত্তৰ গুৱাহাটীৰ উত্তৰাঞ্চল বাৰোৱাৰী দুৰ্গাপূজাত সামাজিক মাধ্যমৰ বিৰূপ প্ৰভাৱৰ ওপৰত সজাগতা সৃষ্টিৰ প্ৰয়াস।ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উত্তৰ গুৱাহাটী কেন্দ্ৰৰ উদ্যোগত এই প্ৰয়াস।

অভিনয়ৰ যোগেদি নতুন প্ৰজন্ম তথা অভিভাৱকক অযথা ফেচবুক, টুইটাৰ, গুগল,ওৱাট্চ এপ, আৰু ইনষ্টাগ্ৰাম, পৰা মুক্ত হ’বলৈ আহ্বান।

Leave A Reply