Breaking

মৰিগাওঁ মহাবিদ্যালয় ছাত্ৰ সন্থা গোটৰ প্ৰশংসনীয় পদক্ষেপ

0 2,240

সোমবাৰে মৰিগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ সন্থা গোটৰ উদ্যোগত আৰু সমূহ ছাত্ৰ ছাত্ৰীৰ সহযোগত মহাবিদ্যালয়ৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু বন বিষয়া গৰাকীৰ উপস্থিতিত আজি মহাবিদ্যালয় প্ৰাংগণত ছাত্ৰ ছাত্ৰী সকলৰ মাজত ৫০০ গছপুলি বিতৰণ কৰা হয়। মহাবিদ্যালয়ৰ ছাত্ৰ সন্থাৰ গোটৰ এনে প্ৰচেষ্টাক শলাগ লয় সচেতন মহলে।

Leave A Reply