Breaking

কংগ্ৰেছে কৰা পাপৰ ফল আজি কংগ্ৰেছীয়ে ভুগিছেঃ দিলীপ শইকীয়াই

0 24

নামখলাত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ তুংগত৷

আধাঘণ্টা পিচতেই বি পি এফৰ নিৰ্বাচনী সভা নামখলাত।

বি জে পি নিৰ্বাচনী সভাত বিপিএফ আৰু কংগ্ৰেছ প্ৰাৰ্থীক সমালোচনা দিলীপ শইকীয়াৰ।

কংগ্ৰেছৰ কঁটা হাতখনে ৫৫বছৰে দৰং-ওদালগুৰিৰ বাবে কি কৰিলে।

কংগ্ৰেছে কৰা পাপৰ ফল আজি কংগ্ৰেছীয়ে ভুগিছে।

বিটিচি আৰু দৰঙত বিপিএফ শূন্য বুলি উল্লেখ কৰে বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই।

ছিপাঝাৰ সমষ্টিৰ নামখলাত অনুষ্ঠিত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত কেইবাগৰাকীও বিপিএফ দলৰ কাৰ্যকৰ্তাই বিজেপিত যোগদান কৰে।

Leave A Reply