Breaking

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে তীৰ্যক মন্তব্য কৰি বিপদত কংগ্ৰেছ নেতা চৰণ দাস…

0 11

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে তীৰ্যক মন্তব্য কৰি বিপদত কংগ্ৰেছ নেতা ।

প্ৰধানমন্ত্ৰী মোদীয়ে হিংসা বিয়পোৱাৰ অভিযোগ তুলিছিল নেতাগৰাকীয়ে।

নিৰ্বাচনী আচৰণবিধি বলৱতৰ মাজতে চৰণ দাসে কৰিছিল এনে মন্তব্য। নিৰ্বাচন আয়োগে ৰুজু কৰিছে নিজাববীয়া গোচৰ।

Leave A Reply