Breaking

পুনৰ বিপদত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ! মানি লণ্ডাৰিং গোচৰৰ চাৰ্জশ্বীটত অন্তৰ্ভুক্ত প্ৰিয়ংকা গান্ধীৰ নাম…

0 27

বিপদত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী! মানি লণ্ডাৰিং গোচৰৰ চাৰ্জশ্বীটত অন্তৰ্ভুক্ত প্ৰিয়ংকা গান্ধীৰ নাম।

হাৰিয়ানাত মাটি ক্ৰয় আৰু বিক্ৰী সম্পৰ্কীয় গোচৰত নাম আহিছে নেত্ৰীগৰাকীৰ।

PMLA আইনৰ অধীনত ৰুজু কৰা হৈছে গোচৰ। প্ৰিয়ংকা গান্ধী আৰু ৰবাৰ্ট বাদ্ৰাই এজেণ্টৰ জৰিয়তে হাৰিয়ানাত ক্ৰয় কৰিছিল মাটি।

Leave A Reply