February 28, 2024 কংগ্ৰেছৰ পৰা পদত্যাগ ৰাণা গোস্বামীৰ Share FacebookTwitterWhatsAppTelegramKooEmail কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাণা গোস্বামীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সক্ৰিয় সদস্য হিচাপে ২৮ ফেব্ৰুৱাৰীত পদত্যাগ দাখিল কৰিছে। পদত্যাগৰ পিছতে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা ৰাণা গোস্বামীৰ! Author: দৈনন্দিন বাৰ্তা Related Articles অসম বিধানসভাত শ্বহীদ পিয়লি ফুকন আৰু জীউৰাম দুলীয়াবৰুৱাক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদানৰ দাবী উত্থাপন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ দৈনন্দিন বাৰ্তা - July 7, 2026 ৰাজ্যৰ প্ৰতিখন জিলালৈ স্বাস্থ্য মন্ত্ৰীৰ সতৰ্ক হোৱাৰ নিৰ্দেশ দৈনন্দিন বাৰ্তা - July 7, 2026 ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি অটল হৈ থাকিবঃ মুখ্যমন্ত্ৰী দৈনন্দিন বাৰ্তা - July 7, 2026