Breaking

কংগ্ৰেছ নেতা সঞ্জয় নিৰুপমৰ শিৱসেনাত যোগদান…

0 15

কংগ্ৰেছত পুনৰ মোক্ষম আঘাত। কংগ্ৰেছ নেতা সঞ্জয় নিৰুপমৰ শিৱসেনাত যোগদান। ১৯ বছৰৰ পাছত শিৱসেনালৈ ঘূৰি আহিল সঞ্জয় নিৰুপম।

মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ শিবিৰত যোগদান নিৰুপমৰ। কংগ্ৰেছ দলৰ পৰা বহিষ্কৃত হৈছিল সঞ্জয় নিৰুপম।

দলবিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ তুলিছিল কংগ্ৰেছ দলে।

Leave A Reply